--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোপা আমেৰিকা আৰু দুখন আন্তঃৰাষ্ট্ৰীয় প্ৰীতি মেচৰ বাবে আৰ্জেণ্টিনাই ২৯ জনীয়া দল ঘোষণা কৰে। ২১ জুনৰ পৰা আৰম্ভ হ’ব কোপা আমেৰিকা। সেই প্ৰতিযোগিতা আমেৰিকাত হ’ব। লিয়নেল মেছিৰ নেতৃত্বত খেলিব আৰ্জেণ্টিনা।

আৰ্জেণ্টিনাৰ দুখন প্ৰীতি মেচ ৯ আৰু ১২ জুনত অনুষ্ঠিত হ’ব। সেই দুখন মেচৰ পিছত আৰ্জেণ্টিনাই ২৯ জনীয়া দলৰ পৰা তিনিজন লোকক বাদ দিব। তেওঁলোকে ঘোষণা কৰে যে ২০২২ চনৰ বিশ্বকাপ বিজয়ী দলৰ বহুকেইজন কোপা আমেৰিকা দলে ৰাখিছে। দুই এটা নতুন নামো আছে। গ’লৰক্ষক এমিলিয়ানো মাৰ্টিনেজক ধৰি ৰখা হৈছে। যদিও তেওঁৰ আঘাত আছে। দলটোৰ বাকী দুজন গ’লৰক্ষক হৈছে জেৰ’নিমো ৰুলি আৰু ফ্ৰাংকো আৰ্মানি।

অধিনায়ক মেছিৰ সৈতে লিয়টাৰো মাৰ্টিনেজ আৰু জুলিয়ান আলভাৰেজে আক্ৰমণ চম্ভালিব। আলেয়াণ্ড্ৰ’ গাৰ্নাচোক দললৈ মাতি অনা হৈছে। অভিজ্ঞ এঞ্জেল ডি মাৰিয়া আছে। অৱশ্যে দলটোত নাই পাউলো ডিবালা। যিয়ে বহুতকে আচৰিত কৰি তুলিলে।

মেছিয়ে এতিয়া আমেৰিকাৰ দল ইণ্টাৰ মিয়ামিৰ হৈ খেলিছে। এইবাৰৰ কোপা আমেৰিকা আমেৰিকাত অনুষ্ঠিত হ’ব। সেই মেচসমূহ মুঠ ১৪খন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ