--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পেট পৰিষ্কাৰ কৰি ৰখাৱেই হৈছে শৰীৰক সুস্থ আৰু ৰোগমুক্ত কৰি ৰখাৰ প্ৰথম দিহা। প্ৰতিদিনে খাদ্য সঠিকভাৱে হজম কৰি নিয়মীয়তভাৱে পেট পৰিষ্কাৰ থাকিলে শৰীৰ সকলো ৰোগৰ পৰা মুক্ত হৈ থাকে, কাৰণ পেট হৈছে শৰীৰৰ প্ৰায়বোৰ ৰোগৰ উৎস। সেয়েহে যদি এই প্ৰক্ৰিয়াত কোনো ধৰণে বিঘ্নিত হয়, তেন্তে বিভিন্ন ৰোগৰ আক্রমণৰ আশংকা বাঢ়ি যায়।

 চিকিৎসকৰ মতে প্ৰচুৰ পৰিমাণে পানী আৰু আঁহযুক্ত খাদ্য খোৱা আৰু ব্যায়াম কৰিলে কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা সহজে মুক্তি পাব পাৰি। অৱশ্যে ঋতু সলনিৰ সময়ত অলপ বেছি সাৱধান হ’ব লাগে। যদি এই সমস্যা বহুদিনলৈ অব্যাহত থাকে, তেন্তে কলন কেন্সাৰৰ সম্ভাৱনা সম্পূৰ্ণৰূপে নুই কৰিব নোৱাৰি। সেয়েহে পেট সদায় প্ৰাকৃতিকভাৱে পৰিষ্কাৰ ৰাখিবলৈ চেষ্টা কৰিব লাগে।

 আনহাতে, কোষ্ঠকাঠিন্য পৰিষ্কাৰ কৰিবলৈ কোনো ঔষধৰ ওপৰত নিৰ্ভৰ নকৰি নিয়মীয়াকৈ আনাৰস খালেও উপকৃত হ’ব পাৰে। দৰাচলতে বিশেষজ্ঞসকলৰ মতে এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ এটা উপায় হ’ল পানী খোৱা আৰু উপযুক্ত খাদ্য খোৱা। আন এটা গুৰুত্বপূৰ্ণ দিশ হ’ল আন্ত্ৰিক স্বাস্থ্য বজাই ৰখা। ইফালে আনাৰস হৈছে সকলো ঋতুতে পোৱা এবিধ ফল। অন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ আনাৰসৰ উপৰি সতেজ, সেউজীয়া শাক-পাচলি খাব লাগে। যিটোত পানী আৰু আঁহ বেছিকৈ থাকে। এই পানী আৰু আঁহে অন্ত্ৰ শোষণ কৰি কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ