--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মূলা বহুতো গুণেৰে ভৰপূৰ। মূলা বহু ধৰণে খাব পাৰি যেনে চালাড, শুকান ভাজি, অন্য পাচলিৰ সৈতে মিলাই তৰকাৰী, দাইলত দি আৰু আচাৰৰ ৰূপত খাব পাৰে। মূলাৰ পুষ্টি মূল্য যথেষ্ট। শীতকালৰ পাচলিসমূহৰ ভিতৰত অন্যতম মূলা। এই পাচলিবিধ অধিকাংশ লোকৰে প্ৰিয়। কিছুমানে অৱশ্যে মূলা খাবলৈ বেয়া পায়।মূলা যদিও উপকাৰী পাচলি কিন্তু ইয়াক ৰাতি খোৱাটো উচিত নহয়। ৰাতি মূলা সেৱন কৰিলে শৰীৰৰ অনেক ক্ষতি হব পাৰে। ৰাতি মূলা খালে কি অসুবিধা হ’ব পাৰে জানি লওক।

ৰাতি মূলা খোৱাৰ অসুবিধা-

১) শৰীৰৰ বিষঃ ৰাতি মূলা সেৱন কৰিলে শৰীৰৰ বিষ বাঢ়িব পাৰে। আনহাতে, যদি আপোনাৰ শৰীৰত ইতিমধ্যে বিষ হৈছে, তেন্তে মূলা খোৱাৰ পৰা বিৰত থাকিব লাগে। ৰাতি মূলা সেৱন কৰিলে ব্লাড প্ৰেছাৰ কম হোৱাৰ সমস্যাও হ’ব পাৰে। কাৰণ মূলাত হাইপ’গ্লাইচেমিক থাকে যিবোৰ শৰীৰৰ বাবে ক্ষতিকাৰক।

২) পেটৰ বিষঃ ৰাতিৰ সময়ত মূলা খোৱাৰ পৰা বিৰত থাকিব লাগে। কাৰণ ইয়াত থকা আইৰণৰ পৰিমাণ বেছি। আনহাতে, অত্যধিক আইৰণ সেৱনৰ ফলত পেটত সমস্যা, কোষ্ঠকাঠিন্য, গেছ আদিৰ সৃষ্টি হয়। কেৱল এয়াই নহয়, যদি আপুনি ৰাতি মূলা সেৱন কৰে, তেন্তে ইয়াৰ ফলত আঁঠু, কঁকাল, কান্ধ বা ভৰিৰ বিষো হয়। গতিকে ৰাতি মূলা খোৱাৰ পৰা বিৰত থাকক।

৩) হাড়ৰ বিষঃ ৰাতি মূলা সেৱন কৰিলে হাড়ৰ বিষ হ’ব পাৰে। হাড়ৰ লগত জড়িত সমস্যা থকা লোকসকলে নিশাৰ ভাগত মূলা খোৱাৰ পৰা বিৰত থাকিব লাগে। আনহাতে, যদি আপোনাৰ গাঁঠিৰ বিষ বা বাতবিষৰ সমস্যা আছে, তেন্তে মূলা খোৱাৰ পৰা বিৰত থাকিব লাগে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ