--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিড কালত বহু লোকেই চাকৰি হেৰুৱায়। বহু লোকক চাকৰি পৰা উলিয়াই দিয়াৰ বাবে কোভিড কালত বহু মানুহ কৰ্মসংস্থাপনহীন হৈ পৰিছিল। কোভিড কালতে চাকৰি হেৰুৱায় চোৰ হৈ পৰিল এগৰাকী যুৱতী।

বেংগালুৰুৰ পেয়িং গেষ্ট (পিজি) থকাৰ ব্যৱস্থাৰ পৰা ১০ লাখৰো অধিক মূল্যৰ ২৪টা লেপটপ চুৰি কৰাৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ২৬ বছৰীয়া যুৱতীগৰাকীক। প্ৰাক্তন আই টি কৰ্মচাৰী আছিল যুৱতীগৰাকী। 

নয়ডাৰ বাসিন্দা জাছি আগৰৱালে চাকৰিৰ বাবে বেংগালুৰুলৈ আহিছিল যদিও কোভিডৰ সময়ত চাকৰি হেৰুৱাইছিল। তাৰপাছত চুৰি কাৰ্যত নামি পৰে যুৱতীগৰাকী। গাৰ্লচ পিজিত সোমায় চোৰ কৰে জাছিয়ে। পিজিৰ পৰা লেপটপ আৰু গেজেট চুৰি কৰি নয়ডাৰ ক’লা বজাৰত বিক্ৰী কৰে জাছিয়ে। লেপটপ চুৰ কৰি কৰি গভাইত চোৰ হৈ পৰে জাছি আগৰৱালা। 

পিজি ৰুমত সোমাই চাৰ্জিঙৰ বাবে এৰি থৈ যোৱা লেপটপবোৰ চুৰি কৰি লৈ গৈছিল জাছিয়ে।

বিষয়টো পোহৰলৈ আহে তেতিয়া..যেতিয়া আৰক্ষীয়ে এটা পিজিৰ পৰা কেইবাটাও লেপটপ চুৰি হোৱাৰ অভিযোগ লাভ কৰিছিল। যোৱা ২৬ মাৰ্চত আৰক্ষীয়ে জাছিক গ্ৰেপ্তাৰ কৰি ১০-১৫ লাখৰো অধিক মূল্যৰ ২৪টা লেপটপ উদ্ধাৰ কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ