--°C
Loading...
Listen to Article
2 min read
80%

লণ্ডন : ক’ভিড-১৯ৰ বিৰুদ্ধে আন এখন যুঁজ আৰম্ভ হ’ল ইংলেণ্ডত। দেশখনত সোমবাৰে আৰম্ভ কৰা হ’ল ক’ভিড-১৯ৰ প্ৰতিষেধক প্ৰদানৰ কাম। অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ে এষ্ট্ৰাজেনেকাৰ সৈতে উদ্ভাৱন কৰা প্ৰতিষেধকৰ জৰিয়তে এই ক’ভিড প্ৰতিৰোধী যুদ্ধ আৰম্ভ কৰিছে। অক্সফ’ৰ্ড বিশ্ববিদ্যালয় হাস্পতালে টুইটযোগে সদৰী কৰিছে যে ব্ৰিয়ান পিংকাৰ নামৰ এগৰাকী ৮২ বছৰীয়া বৃক্কৰ ৰোগত আক্ৰান্ত ৰোগীক প্ৰথমপালি প্ৰতিষেধক প্ৰদান কৰা হৈছে।

আৰু পঢ়িব পাৰিব : ‘ডিজিজ এক্স’ : কৰ’নাৰ পাছত বিশ্বলৈ আফ্ৰিকান ভাইৰাছৰ ভাবুকি!

ছেম ফ’ষ্টাৰ নামক নাৰ্ছগৰাকীয়ে এই প্ৰতিষেধক প্ৰদান কৰে আশীতিপৰ লোকজনক। ‘এই প্ৰতিষেধক লাভ কৰি মই আনন্দিত হৈছোঁ আৰু মই গৰ্বিত যে, এই প্ৰতিষেধক অক্সফ’ৰ্ডত উদ্ভাৱন কৰা হৈছে। নাৰ্ছ, চিকিৎসক সকলোৱে অতি প্ৰশংসনীয় কাম কৰিছে আৰু এতিয়া মই ভৱিষ্যতৰ কথা ভাবিব পৰা হৈছোঁ লগতে এই বছৰৰ শেষৰ ফালে পত্নীৰ সৈতে মোৰ ৪৮সংখ্যক বিবাহ বাৰ্ষিকী পালন কৰিব পাৰিম।’ পিংকাৰে কয়।

আৰু পঢ়িব পাৰিব : বিদ্যালয়ত উপস্থিত থাকিলে ছাত্ৰীসকলে দিনে পাব ১০০ টকাকৈ!

প্ৰতিষেধকৰ প্ৰথম পালি প্ৰদান কৰা নাৰ্ছ ছেম ফ’ষ্টাৰে কয়, অহা সপ্তাহকেইটাত অধিকসংখ্যক ৰোগী আৰু চিকিৎসক-স্বাস্থ্যকৰ্মীক প্ৰতিষেধক প্ৰদানৰ বাবে সাজু হৈছোঁ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মোদী-ট্ৰাম্পৰ টেলিফোনিক বাৰ্তালাপ: পশ্চিম এছিয়াৰ শান্তি আৰু দ্বিপাক্ষিক মিত্ৰতাৰ নতুন দিশ
হাচিফা খানমক নিজৰ কন্যাৰূপে স্বীকৃতি দি আজমলে ল’লে আজীৱন শিক্ষাৰ দায়িত্ব
উজনিৰ চাহ ব্যৱসায়ী-ক্ষুদ্ৰ খেতিয়কৰ হাহাকাৰ, বন্ধ হ'ল যোৰহাটৰ চাহ নিলাম কেন্দ্ৰ
টীয়কৰ জ্যোতি বিদ্যাপীঠত বিদ্যালয় খোলাৰ প্ৰথমটো দিনতে জাতীয় সাজ-পাৰ পৰিধান শিক্ষক-শিক্ষাৰ্থী-কৰ্মচাৰীৰ
তিনিখন বিধেয়ক সদনত উত্থাপনৰ বাবে সংসদৰ অনুমোদন, লোকসভাৰ আসন বৃদ্ধিৰ বিতৰ্ক আৰম্ভ
বাক্সাৰ বৰমাত লটাৰীৰ নামত ভয়ংকৰ প্ৰবঞ্চনা; আৰক্ষীৰ কাষ চাপিল ভাগ্যৱান বিজেতা!
বহু ঔষধি গুণেৰে সমৃদ্ধ অমৰা; বিতংকৈ জানো আহক
অহা বৰ্ষৰ পৰা মেট্ৰিক পৰীক্ষাত নাথাকিব শীর্ষ স্থানৰ তালিকা
চিৰাঙৰ বিজনীত ঘৰত কোনো নথকাৰ সুযোগত কিশোৰীক মাৰপিট ৩ যুৱকৰ
শাৰীৰিক প্ৰত্যাহ্বানক নেওচি মেট্ৰিক পৰীক্ষাত উজলিল নিজজুৰীয়াৰ আতিফ আহমেদ
মন্থৰ হ'ব বিশ্বৰ অৰ্থনৈতিক বিকাশ:ক্রিষ্টালিনা জৰ্জিভা
বিহাৰৰ কাটিহাৰত শোকাৱহ পথ দুৰ্ঘটনা: বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ১৩ জনৰ মৃত্যু, আহত ৩০জন
৯২ বছৰীয়া কিংবদন্তি গায়িকা আশা ভোশলে চিকিৎসালয়ত ভৰ্তি: নাতিনীয়েকে জনালে স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ খবৰ
ভুলবশতঃ আনৰ UPI একাউণ্টত টকা পঠিয়াইছে নেকি? চিন্তা নকৰিব, এইদৰে ঘূৰাই পাব পাৰে আপোনাৰ ধন