--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিড ভেকছিনৰ গ্ৰহণযোগ্যতাৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰিছে এলন মাস্কে। টুইটাৰত দিয়া মাস্কৰ এই মতামতে তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে।

এলন মাস্কে দাবী কৰিছে যে তেওঁ কৰোনা ভেকছিনৰ দ্বিতীয় বুষ্টাৰ পালি লোৱাৰ পাছতে অসুস্থ অনুভৱ কৰিছিল। তেওঁ ভাবিছিল যে তেওঁৰ  জীৱন শেষ হৈছে!

কোভিড ভেকছিনৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে টুইটাৰত আলোচনা কৰা হৈছিল। তাত এটা প্ৰশ্নৰ উত্তৰত মাস্কে দাবী কৰিছে যে  ভেকছিনৰ বুষ্টাৰ পালিৰ পাৰ্শ্বক্ৰিয়া আছে। তেওঁ লিখে- "দ্বিতীয় বুষ্টাৰ পালি লোৱাৰ পিছত মোৰ যথেষ্ট শক্তিশালী পাৰ্শ্বক্ৰিয়া হৈছিল। মই কেইবাদিনো অসুস্থ অনুভৱ কৰিছিলো। মই ভাবিছিলো যে মই মৰি থাকিম। সৌভাগ্যক্ৰমে শৰীৰৰ কোনো ক্ষতি হোৱা নাছিল।"



মাস্কে আৰু দাবী কৰে যে তেওঁৰ আত্মীয়ও কৰোনা ভেকছিনৰ দ্বাৰা অসুস্থ হৈ পৰিছিল। কয়- "মোৰ এজন আত্মীয় সম্পূৰ্ণ সুস্থ আৰু স্বাস্থ্যৱান আছিল। কিন্তু হঠাতে তেওঁ অসুস্থ হৈ পৰিল। তেওঁলোকক আনকি চিকিৎসালয়লৈ লৈ যোৱা হ’ল।’’

বিশ্বৰ প্ৰভাৱশালী লোকসকলৰ ভিতৰত অন্যতম এলন মাস্কে কৰোণা ভেকচিনৰ সন্দৰ্ভত এইদৰে অভিমত ব্যক্ত কৰাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া দেখা গৈছে। বহুলোকে কয় যে ভেকচিনক লৈ এইদৰে অপপ্ৰচাৰ কৰিব নালাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ