--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক’ভিড-১৯ৰ ভেকচিনৰ বিৰুদ্ধে মুখ খোলা এগৰাকী বাস্কেটবল খেলুৱৈৰ মৃত্যু হৈছে। তেওঁ হৈছে ডমিনিকান বাস্কেটবল খেলুৱৈ অস্কাৰ কেব্ৰেৰা এডামছ। চলিত সপ্তাহতে হাৰ্ট এটেক হৈ মৃত্যু ঘটে তেওঁৰ।

উল্লেখ্য যে  ভেকচিনৰ ফলতে মায়’কাৰ্ডিটিছ ৰোগ হোৱা বুলি দাবী কৰিছিল তেওঁ। ডমিনিকান স্পৰ্টছ কমেণ্টেটৰ হেক্টৰ গোমেজে মৃত্যুৰ খবৰটো জনাইছে। ছান্টো ডমিংগোৰ স্বাস্থ্য কেন্দ্ৰত পৰীক্ষা কৰি থকাৰ সময়তে কাব্ৰেৰা এডামছে হাৰ্ট এটেকত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে।

ফাইজাৰৰ ক’ভিড ভেকচিনৰ দুটা ড’জ লোৱাৰ পাছতে তেওঁৰ অসুখ হোৱা বুলি তেওঁ দাবী কৰিছিল। ছ'চিয়েল মিডিয়াত লিখিছিল- "মই ভেকচিন লোৱাৰ পৰা Myocarditis হৈছে। বহুতে মোক সকীয়াই দিছিল।"

"মোৰ কোনো স্বাস্থ্যজনিত সমস্যা নাই, বংশগত অসুখো নাই, হাঁপানী নাই, একোৱেই নাই! কিন্তু মই হঠাতে মাটিত ঢলি পৰিলোঁ।’’- তেওঁ লিখিছিল।

উল্লেখ্য যে ২০২১ চনৰ স্পেনিছ এমেচাৰ বাস্কেটবল লীগৰ এখন খেলত কাব্ৰেৰা এডামেছক ঢলি পৰিছিল, তাৰ পাছত ষ্ট্ৰেচাৰত উঠি চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ