--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জুলাই মাহত ৱেষ্ট ইণ্ডিজ ভ্ৰমণলৈ যাব টিম ইণ্ডিয়া। এই ৰাউণ্ডত ভাৰতীয় দলে তিনিওটা ফৰ্মেটতে ক্ৰশৃংখলা খেলিব। বি চি চি আইয়ে টেষ্ট আৰু এদিনীয়া দল ঘোষণা কৰাৰ বিপৰীতে ৩ আগষ্টৰ পৰা অনুষ্ঠিত হ’বলগীয়া টি-২০ শৃংখলাৰ বাবে দল এতিয়াও ঘোষণা কৰা হোৱা নাই। কেকেআৰৰ তাৰকা বেটছমেন ৰিংকু সিঙক টি-২০ দলত সুযোগ দিয়াৰ সম্ভাৱনা আছে। একে সময়তে মহম্মদ ছামিও দললৈ ঘূৰি আহিব পাৰে।

ভাৰতীয় দলৰ ছিনিয়ৰ বেগী বলাৰ মহম্মদ ছামিক টেষ্ট আৰু এদিনীয়া দলত অন্তৰ্ভুক্ত কৰা হোৱা নাই যদিও টি-২০ শৃংখলাৰ বাবে দলত অন্তৰ্ভুক্ত হ’ব পাৰে। আনহাতে, আই পি এলত দুৰ্দান্ত বেটছমেন ৰিংকু সিঙক টি-২০ ছিৰিজৰ জৰিয়তে প্ৰথমবাৰৰ বাবে ভাৰতীয় দলৰ সৈতে জড়িত হ’ব পাৰে। টিম ইণ্ডিয়াই ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৫ খন টি-২০ আই মেচ ধাৰাবাহিকভাৱে খেলিব।

ভাৰতীয় দলটোৱে দীৰ্ঘদিন ধৰি টি-২০ ক্ৰিকেটত ফিনিছাৰ বিচাৰি আছিল, যাৰ বাবে উইকেট ৰক্ষক বেটছমেন দীনেশ কাৰ্তিকক বহু সুযোগ দিয়া হৈছিল যদিও সুযোগৰ সঠিক ব্যৱহাৰ দীনেশে কৰিব নোৱাৰিলে। ইয়াৰ বাবেই ৰিংকু সিঙক ভাৰতীয় দলৰ সৈতে সংযোগ কৰাৰ সম্ভাৱনা আছে। ২০২৩ চনৰ আই পি এলত ৰিংকুৱে সুন্দৰ প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। আইপিএল ২০২৩ত ৰিংকুৱে ১৪খন মেচত গড়ে ৫৯.২৫ আৰু ১৪৯.৫৩ ষ্ট্ৰাইক ৰেটত ৪৭৪ ৰান সংগ্ৰহ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ