--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ভাৰতৰ নাইটিংগেল, লতা মংগেশকাৰ আক্ৰান্ত হয় ক’ভিড-১৯ত৷ তেওঁৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰাৰ পাছতেই চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বিশিষ্ট কণ্ঠশিল্পীগৰাকীক। কিংবদন্তি কণ্ঠশিল্পীগৰাকী বৰ্তমান মুম্বাইৰ ব্ৰিচকেণ্ডি চিকিৎসালয়ৰ আইচিইউত চিকিৎসাধীন হৈ আছে।

ভাৰতৰ নাইটিংগেল, গায়িকা লতা মংগেশকাৰক ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ পাছত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কিংবদন্তি গায়িকাগৰাকী বৰ্তমান মুম্বাইৰ ব্ৰিচকেণ্ডি চিকিৎসালয়ৰ আইচিইউত চিকিৎসাধীন হৈ আছে। তেওঁৰ ভতিজী ৰচনাই সংবাদ মাধ্যমৰ আগত এই তথ্য সদৰী কৰে৷ তেওঁ কয় যে, ভাৰতৰত্ন লতা মংগেশকাৰৰ দেহত ধৰা পৰিছিল ক’ভিডৰ লক্ষণ। গায়িকাগৰাকীৰ বয়সৰ ওপৰত লক্ষ্য ৰাখি স্বাস্থ্যবিভাগৰ অনুমতি সাপেক্ষে আইচিইউলৈ স্থানান্তৰ কৰা হৈছে বুলি জানিবলৈ পোৱা গৈছে।

১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা লতা মংগেশকাৰৰ কণ্ঠই হৃদয় জিনিছিল প্ৰতিগৰাকী ভাৰতীৰ৷ দাদাচাহেব ফালকে বঁটা আৰু ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক বঁটা, লিজিয়ন অব অনাৰৰ বিষয়া, লগতে অসংখ্য ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰা হৈছে সংগীতৰ ভোটাতৰা স্বৰূপ লতাক। ১৯৭৪ চনত গিনিজ বুক অব ৰেকৰ্ডছে তেওঁক ইতিহাসৰ আটাইতকৈ ৰেকৰ্ড কৰা শিল্পী হিচাপে গণ্য হিচাপে। তথ্য অনুসৰি, তেওঁ ১৯৪৮ চনৰ পৰা ১৯৭৪ চনৰ ভিতৰত ২৫,০০০তকৈয়ো অধিক গানত কণ্ঠদান কৰিছিল তেওঁ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ