--°C
Loading...
Listen to Article
2 min read
80%

 ডিজিটেল ডেস্ক : যেতিয়া লিভাৰৰ ক্ষতি হ’বলৈ আৰম্ভ কৰে, তেতিয়াই শৰীৰত বহু ধৰণৰ সমস্যা হ’বলৈ ধৰে। একে সময়তে আজিকালি লিভাৰৰ লগত জড়িত সমস্যাও বাঢ়ি গৈছে। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে লিভাৰ কেনেকৈ ক্ষতি হয়? লিভাৰৰ ক্ষতিৰ মূল কাৰণ আমাৰ জীৱনশৈলী, আনহাতে ভুল খাদ্যাভ্যাসেও লিভাৰৰ ক্ষতি কৰিব পাৰে। সেয়েহে খাদ্য তালিকাৰ পৰা আমি কিছুমান বস্তু পৰিহাৰ কৰা উচিত।

 এইবোৰে লাহে লাহে যকৃত নষ্ট কৰে-

* ময়দা-ময়দাৰ পৰা তৈয়াৰী খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে, কাৰণ ইয়াক প্ৰচেছ কৰা হয় য’ত খনিজ পদাৰ্থ, আঁহ আৰু ভিটামিনৰ অভাৱ। কেৱল এয়াই নহয়, তেজত ছুগাৰৰ মাত্ৰা বৃদ্ধি পাব পাৰে। সেইবাবেই ময়দাৰ পৰা প্ৰস্তুত কৰা পাস্তা, পিজ্জা, বিস্কুট, ৰুটি আদি খাদ্য পৰিহাৰ কৰিব লাগে। ইয়াৰ সলনি ফলমূল খাব লাগে।

 * সুৰাঃ-মদ্যপানে যকৃতৰ ক্ষতি ক কৰে। অত্যধিক মদ্যপানে যকৃতত অতি বেয়াকৈ প্ৰভাৱ পেলায়। কাৰণ দৈনিক মদ সেৱন কৰিলে যকৃতৰ ক্ষতি হয়। যাৰ বাবে তেজ বমি, জণ্ডিচ, কেন্সাৰ আদি সমস্যা হ’ব পাৰে। সেইবাবেই সুৰা সেৱনৰ পৰা বিৰত থকা উচিত।

 * চেনিঃ-বহু লোকৰে মিঠাৰ প্ৰতি দুৰ্বলতা থাকে। কিন্তু চেনিয়ে মেদবহুলতা কাম কৰে। ইয়াৰ লগতে ই যকৃতৰ বহু পৰিমাণে ক্ষতি কৰিব পাৰে। গতিকে যদি আপুনিও চেনি খোৱাৰ প্ৰতি অধিক আকৰ্ষিত, তেন্তে সাৱধান হওক কাৰণ চেনিয়ে মদৰ সমানেই যকৃতৰ ক্ষতি কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Advertisement