--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱস উপলক্ষে মঙলবাৰে নতুন দিল্লীৰ লালকিল্লাৰ পৰা দশম বাৰৰ বাবে দেশবাসীক সম্বোধন কৰে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নিজৰ কাৰ্যকালৰ শেষৰটো স্বাধীনতা দিৱসৰ ভাষণত ভাৰতৰ নাগৰিকক বাৰে বাৰে "পৰিৱাৰজন" (পৰিয়ালৰ সদস্য) বুলি সম্বোধন কৰাৰ সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে অহা বছৰ একে স্থানৰ পৰাই জাতিটোক সম্বোধন কৰি জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতিৰ ওপৰত যি অগ্ৰগতি তাৰ বিষয়ে অৱগত কৰিব।

২০২০ চনৰ স্বাধীনতা দিৱসৰ ভাষণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অহা বছৰ ১৫ আগষ্টত এই একেটা লালকিল্লাৰ পৰাই মই জাতিটোৱে অৰ্জন কৰা অগ্ৰগতিৰ তালিকা প্ৰস্তুত কৰিম৷প্ৰধানমন্ত্ৰীয়ে কয়, "পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিয়ে মোক ইয়ালৈ লৈ আহিল, মোৰ প্ৰদৰ্শনে মোক আকৌ এবাৰ ইয়ালৈ লৈ আহিল। আগন্তুক পাঁচটা বছৰ অভূতপূৰ্ব বিকাশৰ আৰু ২০৪৭ চনৰ ভিতৰত উন্নত ৰাষ্ট্ৰ হিচাপে ভাৰতৰ সপোন বাস্তৱায়িত কৰাৰ এক সোণালী মুহূৰ্ত তৈয়াৰ হ’ব"৷

প্ৰধানমন্ত্ৰীয়ে কয় যে, "আপোনালোকে মোৰ ওপৰত আপোনালোকৰ আস্থা ৰাখিছিল।মোৰ ওপৰত যি আস্থা ৰাখিছিল, মই সেই আস্থা পূৰণ কৰিবলৈ চেষ্টা কৰিছিলো। মই দিয়া প্ৰতিশ্ৰুতিবোৰে মোক বিগত পাঁচ বছৰত আত্মবিশ্বাস জগাই তুলিছিল। মই আপোনাক প্ৰতিশ্ৰুতি দিছিলোঁ যে সংস্কাৰ, প্ৰদৰ্শন আৰু পৰিৱৰ্তনৰ জৰিয়তে পৰিৱৰ্তন হ'ব। তাৰ বাবে মই কঠোৰ পৰিশ্ৰম কৰিছো।জাতিৰ বাবে মই গৌৰৱেৰে কাম কৰিছো।’জনগাঁথনি, গণতন্ত্ৰ আৰু বৈচিত্ৰ্যৰ দেশৰ সপোন বাস্তৱায়িত কৰাৰ ক্ষমতা আছে বুলি আঙুলিয়াই দি তেওঁ কয় যে এই তিনিটা দিশে ভাৰতৰ সকলো সপোন পূৰণ কৰিব পাৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু