--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ যুৱতীৰ স’তে যৌন বাৰ্তালাপৰ অডিঅ’ ভাইৰেল হৈছে ইমৰান খানৰ! পাকিস্তানৰ প্ৰধানমন্ত্ৰী পদৰ পৰা আঁতৰিলেও প্ৰায়ে সংবাদ শিৰোনামাত আছে প্ৰাক্তন ক্ৰিকেটাৰগৰাকী।

অডিঅ’টো সামাজিক মাধ্যমত তীব্ৰভাৱে ভাইৰেল হৈ পৰিছে। অৱশ্যে কিছু সংখ্যকে অভিযোগ কৰিছে যে অডিঅ’ ক্লিপটো ভুৱা।
 

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা অডিঅ’ ক্লিপটোত এক্স-পিএম লিখা আছে। তাত ইমৰাণৰ দৰে কণ্ঠস্বৰ শুনা গৈছে। বিপৰীত ফালৰ পৰা এটা নাৰীকণ্ঠ। দুয়োৱে তীব্ৰ যৌন উত্তেজনামূলক কথোপকথন চলা শুনা যায় ক্লিপটোত।

ক্লিপটো ভাইৰেল হোৱাৰ পাছতে ইমৰাণ খানৰ বিৰোধী লোকসমূহে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক তীব্ৰ নিন্দা কৰিছে। আনহাতে, সমৰ্থকসকলে ক্লিপটোক ভুৱা বুলি অভিযোগ কৰিছে। ইয়াক ষডযন্ত্ৰ বুলি অভিহিত কৰিছে তেওঁলোকে।

আনহাতে, পাকিস্তানৰ ৰাজনীতিত এতিয়াও ইমৰাণ খানক লৈ তীব্ৰ চৰ্চা চলি আছে। শেহতীয়াকৈ এটা ভিডিঅ’যোগে ইমৰাণে কয়- “আমি অত্যন্ত ভয় খাইছো, কাৰণ দেশখন ক্ৰমশঃ ডুবিবলৈ ধৰিছে।”

তাৰপাছতে এতিয়া ইমৰাণ খানৰ নামত উলোৱা অডিঅ’ ক্লিপটোৱে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। কিছুৱে তেওঁৰ স্পষ্টীকৰণৰো দাবী কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’