--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'ৰামায়ণ'ত ৰণবীৰ কাপুৰৰ লুক ফাদিল! শনিবাৰে নিতেশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ চেটসমূহৰ পৰা ৰাম-সীতাৰ লুক পোহৰলৈ আহে। অযোধ্যাৰ ৰাজকুমাৰ হিচাপে ৰণবীৰ কাপুৰ। ছাই পল্লৱীৰ কাষত তেওঁৰ মুখত হাঁহি বিৰিঙিছে ৰণবীৰ কাপুৰে প্ৰথমবাৰৰ বাবে ছাই পল্লৱীৰ সৈতে টিম আপ কৰিছে।

ৰাজকীয় সাজ-পোছাক পৰিধান কৰি দেখা গ’ল দম্পতীহালক। পৰম্পৰাগত সাজ-পোছাক আৰু অলংকাৰ পৰিধান কৰা। ছবিবোৰ ওলোৱাৰ লগে লগে শিৰোনাম দখল কৰিছিল। ছ’চিয়েল মিডিয়াৰ জৰিয়তেও বিয়পি পৰিছে। ৰণবীৰক ৰাম ৰূপত দেখি দৰ্শকে হাত চাপৰি বজাইছিল। সীতাৰ ৰূপত সাই পল্লৱীৰ সাজ-পোছাকেও আপ্লুত কৰিছে। কিন্তু এই যুটিটোৰ অন স্ক্ৰীণ কেমিষ্ট্ৰীক লৈ বহুতে সন্দেহ প্ৰকাশ কৰিছে।

পৰিচালক হিচাপে নিতেশ অতি কঠোৰ। ছবিখনৰ স্বাৰ্থত তেওঁ একো আপোচ কৰিবলৈ ইচ্ছুক নহয়। গতিকে চিনেমাখনৰ শ্বুটিং আৰম্ভ হোৱাৰ আগতেই তেওঁ প্ৰতিটো সবিশেষৰ যত্ন লয়। ৰামৰ চৰিত্ৰত অভিনয় কৰিবলৈ ৰণবীৰে নিৰামিষ খাদ্য আৰু নিয়মিত কঠোৰ ব্যায়াম পালন কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ