--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দূৰ্দান্ত ক্ৰীড়াশৈলীৰে বিশ্বকাপ বিজয় কৰা লিঅ’নেল মেছিৰ বন্দনাত মুখৰ হৈ পৰিছে বিশ্বৰ অগণন ফুটবলপ্ৰেমী। বহু প্ৰত্যাশাৰ অন্তত মেছিয়ে বিশ্বকাপ জয় কৰি ফুটবলক গৰিমামণ্ডিত কৰা বুলি আখ্যা দিছে তেওঁলোকে।

কিন্তু এই সময়তে আৰ্জেণ্টাইন তাৰকাগৰাকীৰ সমালোচনাত মুখৰ হৈ পৰিছে এগৰাকী সুন্দৰী মডেল। তেওঁ হৈছে প্ৰাক্তন মিছ ক্ৰ’ৱেছিয়া ইভানা নল। কাটাৰ বিশ্বকাপত খোলা-মেলা কাপোৰ পৰিধান কৰি চৰ্চাত আছে ক্ৰ’ৱেছিয়াৰ এইগৰাকী মোহমীয় মডেল। কিন্তু কি ক’লে ইভানাই?

ইভানাই প্ৰশ্ন কৰিছে যে মেছিক কিয় বিশ্বকাপৰ গ’ল্ডেন ব’ল দিয়া হ’ল? তেওঁ কয় যে এই খিতাপৰ প্ৰাপ্য আছিল ফ্ৰান্সৰ কিলিয়ান এমবাপেৰহে। ফিফাৰ ওপৰত খৰ্গহস্ত হৈ ইভানাই কয় যে ভুল মানুহৰ হাতত তুলি দিয়া হৈছে এই সন্মান।

''আৰ্জেণ্টিনা জিকিছে এয়া সত্য, কিন্তু গ’ল্ডেন বলৰ দাবীদাৰ এমবাপেহে!’’ - এইদৰে কয়  ইভানাই।

উল্লেখ্য যে ইভানা নল ক্ৰ’ৱেশ্চিয়াৰ এগৰাকী আগশাৰীৰ মডেল। ‘মিছ ক্ৰ’ৱেশ্চিয়া’ও হৈছিল মডেলগৰাকী। ২০১৮ চনৰ বিশ্বকাপতো ক্ৰ’ৱেশ্চিয়াক সমৰ্থন জনাই চৰ্চাত আছিল ইভানা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক