--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰত অনুষ্ঠিত বিশ্বকাপত আৰ্জেণ্টিনাই ট্ৰফী জয় কৰাৰ এমাহৰো অধিক সময় পাৰ হৈ গ’ল। তেনেসময়তে জ’ বাডেনে মেছিৰ দলৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে।

বাডেনে প্ৰশ্ন কৰিছে যে আৰ্জেণ্টিনাৰ দলটোত কিয় কৃষ্ণাংগ ফুটবলাৰ নাই? কেৱল সেয়াই নহয়, আৰ্জেণ্টিনাৰ বিৰুদ্ধে কৃষ্ণাংগসকলক বিতাড়ণ কৰাৰ অভিযোগো উত্থাপন কৰে তেওঁ।

১৮ ডিচেম্বৰত অনুষ্ঠিত হোৱা ফাইনেলত ফ্ৰান্সক পৰাস্ত কৰি আৰ্জেণ্টিনাই বিশ্বকাপ জয় কৰে। এয়া মেছিৰ প্ৰথমটো বিশ্বকাপ। স্বাভাৱিকতে সমগ্ৰ দেশ এতিয়াও আনন্দৰে ভৰি আছে। ইয়াৰ মাজতে আমেৰিকাৰ জনপ্ৰিয় ব্যক্তিত্ব জো বাডেনে এই প্ৰশ্ন উত্থাপন কৰিলে।

অৱশ্যে এই জ’ বাডেন আমেৰিকাৰ ৰাষ্ট্ৰপতি নহয়। নাম আৰু উপাধিৰ ক্ষেত্ৰত আমেৰিকাৰ বৰ্তমানৰ ৰাষ্ট্ৰপতিৰ সৈতে সাদৃশ্য থকা এই বেডেনে বিভিন্ন বিতৰ্কৰে চৰ্চালাভ কৰি আহিছে। এইবাৰ নিজৰ প’ডকাষ্টত মেছিৰ বিৰুদ্ধে নিজৰ ক্ষোভ প্ৰকাশ কৰে বাডেনে।

বিশ্বকাপ জয় কৰা মেছিক লৈ তেওঁ সুখী বুলিও কয় বেডেনে। তেওঁ কয়- ''আৰ্জেণ্টিনাৰ হৈ কোনো কৃষ্ণাংগ মানুহে খেলা মই কেতিয়াও দেখা নাই। আৰ্জেণ্টিনাত যিমান মানুহক উদযাপন কৰা দেখিলোঁ, তাত কোনো কৃষ্ণাংগ মানুহ দেখা নাপালোঁ। মই যথেষ্ট আচৰিত হৈছো৷ মই জনাত তেওঁলোকৰ দেশত কৃষ্ণাংগ লোকৰ সংখ্যা যথেষ্ট ভাল। কিন্তু তেওঁলোকক ক’তো দেখা নাযায় কিয়?’’

বেডেনৰ এই প্ৰশ্নই যথেষ্ট চৰ্চা লাভ কৰিছে। বেডেনে অভিযোগ কৰে- “আৰ্জেন্টিনাত কৃষ্ণাংগসকলক লাহে লাহে নিৰ্মূল কৰা হৈছে। বগা ছালৰ মানুহে দমন কৰিছে।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক