--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনুষ্কা শৰ্মাৰ স’তে ৰাতিৰ আহাৰ গ্ৰহণ কৰিবলৈ নিবিচাৰে বিৰাট কোহলীয়ে। তেওঁৰ ইচ্ছাৰ তালিকাত আন এটা নামহে আছে। ভাৰতীয় ক্ৰিকেটৰ প্ৰাক্তন অধিনায়কজনে কাৰ স’তে ডিনাৰ কৰিবলৈ ভাল পালেহেঁতেন?

শেহতীয়াকৈ এটা বিজ্ঞাপনৰ ভিডিঅ’ত কোহলীক কেইবাটাও প্ৰশ্ন কৰা হৈছিল। কোহলীয়ে তেওঁৰ বহু ব্যক্তিগত কথা কৈছিল। তেতিয়াই তাৰ প্ৰিয় মহিলাগৰাকীৰ নাম আহিল।

কোহলীক প্ৰশ্ন কৰা হৈছিল যে কোনগৰাকী মহিলাক আপুনি ৰাতিৰ আহাৰ খাবলৈ নিমন্ত্ৰণ জনাব বিচাৰে? কোহলীয়ে উত্তৰত কয়- ''বিচৰা নাই, বিচাৰিছিলো। লতা মংগেশকাৰক মই কেতিয়াও লগ নাপালো। লগ পোৱা হ’লে তেওঁৰ স’তে কথা পাতি বৰ ভাল লাগিলহেঁতেন। তেওঁৰ জীৱনৰ বিষয়ে বহু কথা জানিব পাৰিলোঁহেঁতেন। তেওঁক ডিনাৰৰ বাবে আমন্ত্ৰণ কৰাৰ ইচ্ছা আছিল।’’

আন এটা প্ৰশ্নত সোধা হয় যে পৰিয়ালৰ বাহিৰে আন কাৰ লগত নিৰ্জন দ্বীপত তেওঁ থাকিব বিচাৰিব? ইয়াৰ উত্তৰত কোহলীয়ে কয় যে আমেৰিকাৰ প্ৰখ্যাত বক্সাৰ মহম্মদ আলীৰ স’তে থাকিব বিচাৰে।

নতুন প্ৰজন্মক কি পৰামৰ্শ দিব বিচাৰে কোহলীয়ে? ইয়াৰ উত্তৰত তেওঁ কয় যে নতুন প্ৰজন্মই পৃথিৱীখনৰ বিষয়ে অধিক জানি লওক। মগজুটো  উদাৰ কৰি তোলক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক