--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ ইতিহাস ৰচা হ’ল আই পি এলৰ মজিয়াত৷লক্ষ্ণৌৱে ১৯.৩ অভাৰত ২৫১ ৰান সংগ্ৰহ কৰিছে। আই পি এলৰ ইতিহাসত এয়া দ্বিতীয় সৰ্বাধিক দলীয় স্ক’ৰ।

লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে আই পি এলৰ ইতিহাসত দ্বিতীয় সৰ্বাধিক দলীয় স্ক’ৰ লাভ কৰে। দলটোৱে ৫টা উইকেট হেৰুৱাই ২০ অভাৰত ২৫৭ ৰান সংগ্ৰহ কৰে। পঞ্জাবে জয়ী হ’বলৈ হ’লে ২৫৮ ৰান কৰিব লাগিব। লক্ষ্ণৌৰ হৈ ষ্টয়নিছে ৭২ ৰান, মেয়াৰ্ছে ৫৪ ৰান, পুৰানে ৪৫ ৰান আৰু বডোনিয়ে ৪৩ ৰান আগবঢ়ায়। লিভিংষ্টোন পঞ্জাৱৰ বাবে আটাইতকৈ ব্যয়বহুল বুলি প্ৰমাণিত হ’ল। ১ অভাৰত ১৯ ৰানত ১ উইকেট দখল কৰে। ১ অভাৰত ১৭ ৰান দিয়ে ছিকন্দৰ ৰাজাই। অৰ্শদ্বীপ সিঙে ৪ অভাৰত ৫৪ ৰানত ১ উইকেট দখল কৰে৷ ৰাবাদাই ৪ অভাৰত ৫২ ৰানত ২ উইকেট দখল কৰে। ছেম কৰণেও সফলতা লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement