--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনবৰতে বিতৰ্কৰ মাজত সোমাই পৰি ভাল পোৱা অভিনেত্ৰী কংগনা ৰাণাৱটে এইবাৰ নিজকে কোকিলকণ্ঠী লতা মংগেশকাৰৰ সৈতে তুলনা কৰিলে।কিন্তু কি কাৰণত কংগনাই নিজতে লতা মংগেশকাৰৰ সৈতে তুলনা কৰিলে? 

কংগনাই শেহতীয়াকৈ    বিয়া ঘৰত বলীউডৰ তাৰকাসকলৰ উপস্থিতিক লৈ চোকা সমালোচনা কৰিছে। বলীউডৰ বহু অভিনেত্ৰীয়ে টকাৰ বিনিময়ত বিয়া ঘৰলৈ নাচিবলৈ যোৱা কাৰ্যৰ বিৰোধিতা কৰিছে কংগনাই।  তেওঁ স্পষ্ট কৰি দিছে যে তেওঁক যিমানেই টকা পৰিশোধ নকৰক, তেওঁ বিবাহ অনুষ্ঠান বা ব্যক্তিগত পাৰ্টিত নাচিবলৈ নাযায়।   

কিন্তু কথাটো ইয়াতে এইটো শেষ হোৱ নাই, কংগনাই নিজকে লতা মংগেশকাৰৰ সৈতেও তুলনা কৰে।  শেহতীয়াকৈ কংগনা ৰাণাৱটে তেওঁৰ ইনষ্টাগ্ৰামৰ কাহিনীত আশা ভোচলৰ এটা সাক্ষাৎকাৰ শ্বেয়াৰ কৰিছে। য'ত আশাই কৈছে যে  যিমানেই পৰিশোধ কৰা নহওঁক কিয় লতাই কেতিয়াও বিয়া ঘৰত বা ব্যক্তিগত পাৰ্টিত গান নাগাবলৈ সিদ্ধান্ত লৈছিল।  সাক্ষাৎকাৰটো শ্বেয়াৰ কৰি কংগনাই লিখিছে, "মই বিবাহ অনুষ্ঠানত একাধিকবাৰ নৃত্য কৰাৰ প্ৰস্তাৱো পাইছো। কিন্তু মই নকৰো। মই বৃহৎ পৰিমাণৰ টকা ঘূৰাই দিছিলো। লতাজী, আপুনি মোৰ বাবে এইক্ষেত্ৰত সঁচাকৈয়ে এক অনুপ্ৰেৰণা। এই ভিডিঅ'টো দেখি মই নিজকে  ভাগ্যৱান অনুভৱ কৰিছো। '

অনবৰতে বিতৰ্ক ভাল পোৱা কংগনাই নিজকে লতা মংগেশকাৰৰ সৈতে তুলনা কৰাত অভিনেত্ৰীগৰাকীক বহুতে প্ৰশ্ন কৰিছে যে  কংগনাৰ দৰে লতা মংগেশকাৰ বিতৰ্কত সোমাই পৰিছিল নেকি? 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী

ডিফুত চাঞ্চল্য! কংগ্ৰেছ নেতা ৰতন ইংতিৰ ঘৰলৈ পেট্ৰ’ল বটল বোমা নিক্ষেপ
’২৬ৰ নিৰ্বাচন: ১২৬টা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা চাওঁ আহক