--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ৰ’জ ডে অৰ্থাৎ গোলাপ দিৱস। ৭ ফেব্ৰুৱাৰীৰ পৰা গোলাপ দিৱসৰ পৰা আৰম্ভ হৈছে ভেলেণ্টাইন সপ্তাহ। আজিৰ দিনটোত মানুহে নিজৰ আপোনজনক গোলাপ ফুল দি নিজৰ অনুভৱ প্ৰকাশ কৰে। ভেলেণ্টাইন উইক হওক বা প্ৰেম, গোলাপৰ নিজস্ব তাৎপৰ্য আছে। এই ফুলপাহে মানুহক মোহিত কৰাই নহয়, ই প্ৰেম আৰু ৰোমাঞ্চৰ প্ৰতীক হিচাপেও বিখ্যাত। আজিৰ দিনটোত গোলাপ ফুলৰ চাহিদা বৰ বেছি, যাৰ বাবে ইয়াৰ দাম বৃদ্ধি পায়। আটাইতকৈ সস্তা গোলাপপাহো আজিৰ দিনটোত দামী হৈ পৰে। পৃথিৱীৰ আটাইতকৈ দামী গোলাপ ফুলবিধৰ কথা আপুনি জানেনে? 
Juliet Rose Flower - Topperone
বিশ্বজুৰি ১৬টা ভিন্ন ৰঙৰ গোলাপ ফুল পোৱা যায়। প্ৰতিটো গোলাপ ফুলৰ প্ৰজাতি নিজস্ব ধৰণেৰে অনন্য আৰু বিশেষ। ইয়াৰে বহুতো সুগন্ধি আৰু সৌন্দৰ্য্যৰ বাবে বিখ্যাত। জুলিয়েট গোলাপ পৃথিৱীৰ আটাইতকৈ দামী গোলাপ। এই গোলাপ ফুলৰ খৰচ অনুমান কৰিব পাৰিবনে? নিশ্চয় নোৱাৰে। আপোনালোকক জনাও যে জুলিয়েট গোলাপৰ দাম ইমানেই বেছি যে ধনী মানুহেও কিনিব নোৱাৰে। প্ৰতিদিনে বহুত ঘাম ওলোৱা কষ্ট কৰাৰ পাছত ১৫ বছৰত মাত্ৰ এবাৰেই ফুলে জুলিয়েট গোলাপ। সেইবাবেই এই গোলাপৰ দাম ১১২ কোটি টকা।
Juliet Rose Wallpapers HD Android के लिए APK डाउनलोड करें
ডেভিদ অষ্টিন নামৰ এজন ব্যক্তিয়ে প্ৰথমবাৰৰ বাবে জুলিয়েট গোলাপৰ খেতি আৰম্ভ কৰিছিল। তেওঁ বেলেগ ধৰণেৰে ইয়াৰ লালন-পালন কৰিবলৈ চেষ্টা কৰিলে। অষ্টিনে কেইবাবিধো গোলাপ মিহলাই নতুন প্ৰকাৰৰ গোলাপ প্ৰস্তুত কৰি নাম দিছিল জুলিয়েট। এই গোলাপ ফুলৰ খেতি কৰিবলৈ ১৫ বছৰ সময় লাগে। এই ফুল প্ৰথম বিশ্বৰ সন্মুখত আহিছিল ২০০৬ চনত। সেই সময়ত এই গোলাপৰ দাম আছিল ৯০ কোটি টকা। জুলিয়েট গোলাপৰ গোন্ধ অতি মনোমোহা আৰু আকৰ্ষণীয়। কোনো দামী ব্ৰেণ্ডৰ পাৰফিউমতকৈ কোনো গুণে কম নহয় জুলিয়েট গোলপাৰ সুবাস। সেয়েহে ধনকুূবেৰসকলে ১৫ বছৰ হলেও অপেক্ষা কৰে এই জুলিয়েট গোলপাৰ বাবে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক