--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • সোণমৰ মঙ্গলসূত্ৰ ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ এক গুৰুত্বপূৰ্ণ লিংক হিচাপে প্ৰমাণিত হয় ৭ জুনত ইউ পিৰ গাজীপুৰত আত্মসমৰ্পণ কৰে সোণমে

ডিজিটেল ডেস্কঃ যোৱা ৭ জুনত ইউপিৰ গাজীপুৰত আত্মসমৰ্পণ কৰিছিল সোণম ৰঘুবংশীয়ে। ইয়াৰ পিছত আৰক্ষীয়ে তেওঁক গুৱাহাটীলৈ লৈ আনে।


সোণমৰ মঙ্গলসূত্ৰ ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ এক গুৰুত্বপূৰ্ণ লিংক হিচাপে প্ৰমাণিত হয়।বেগটোত এই মঙ্গলসূত্ৰ উদ্ধাৰ কৰে আৰক্ষীয়ে। মঙ্গলসূত্ৰ ৰখা হোটেলখনত লাগেজৰ ভিতৰত এটা বাকচ উদ্ধাৰ কৰে আৰক্ষীয়ে। হানিমুন কৰা দম্পতীহালৰ মংগলসূত্ৰ কিয় বেগত আছিল বুলি আৰক্ষীয়ে সন্দেহ কৰিছিল?



এই মঙ্গলসূত্ৰৰ পৰাই আৰক্ষীয়ে গম পালে যে সোণম জীয়াই আছে। সোণমে যোৱা ২২ মে’ত সোহৰাৰ হোটেল মানহাত লাগেজ এৰি ডাবল ডেকাৰ দলঙৰ ওচৰৰ এটা হোমষ্টেত ৰাতিটো থাকিবলগীয়া হয়।


ইফালে সোণমৰ ছবিও পোহৰলৈ আহিছে। এই ছবিবোৰ সোণম ৰঘুবংশীৰ ৰোকা আৰু এংগেজমেণ্টৰ লগতে বিয়াৰ সকলো অনুষ্ঠানৰ।

सोहरा के होटल MANHA में 22 मई समान छोड़ कर सोनम डबल डेकर ब्रिज के पास होम स्टे में रात रुकी थी.


প্ৰেমিক ৰাজ কুশৱাহাৰ সৈতে সোণম ৰঘুবংশীয়ে স্বামী ৰাজা ৰঘুবংশীক হত্যাৰ ষড়যন্ত্ৰ কৰে। ১১ মে’ত সোণম আৰু ৰাজাৰ বিবাহ হয়।হত্যাৰ চূড়ান্ত পৰিকল্পনা ১৬ মে’ত কৰা হয়।

इस बीच सोनम की तस्वीरें भी सामने आई हैं.


স্বামী ৰাজা ৰঘুবংশীক হত্যা কৰাৰ বাবে হত্যাকাৰীক ২০ লাখ টকা দিব বুলি সোণমে কয়। যোৱা ২ জুনত মেঘালয়ৰ পূব খাছি পাহাৰৰ ছ’হৰাৰ ৰিয়াত আৰলিয়াঙত ৱেই ছাউডং পাৰ্কিং লটৰ তলৰ দ খাৱৈৰ পৰা সোণমৰ স্বামী ৰাজা ৰঘুবংশীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মৃতদেহটো উদ্ধাৰ হোৱাৰ কিছুদিন পিছতে ৭ জুনত ইউ পিৰ গাজীপুৰত আত্মসমৰ্পণ কৰে সোণমে।ইয়াৰ পিছতে তেওঁক পাটনা, কলকাতা আৰু তাৰ পিছত গুৱাহাটীলৈ লৈ যোৱা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক