--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মাঘ মাহৰ বিনায়ক চতুৰ্থী ২৫ জানুৱাৰীত পালন কৰা হ’ব। এই দিনটোতে গণপতিৰ জন্ম হৈছিল বুলি বিশ্বাস কৰা হয়, সেয়েহে ইয়াক গণেশ জয়ন্তী বুলিও কোৱা হয়। বিশ্বাস অনুসৰি এই দিনটোত কৰা কিছু প্ৰতিকাৰে কেৰিয়াৰৰ অগ্ৰগতিৰ ক্ষেত্ৰত শুভ ফল প্ৰদান কৰে।

 * মাঘ বিনায়ক চতুৰ্থীৰ দিনা পাঁচ টুকুৰা হালধি লৈ ‘শ্ৰী গণধিপতায়ে নমঃ’ মন্ত্ৰ পাঠ কৰি এটা এটাকৈ আগবঢ়াব। গণেশ জয়ন্তীৰ পৰা ১০দিন ধাৰাবাহিকভাৱে এনে কৰিলে কেৰিয়াৰত থকা সকলো ধৰণৰ বাধা দূৰ কৰাৰ লগতে পদোন্নতিৰ সম্ভাৱনা বৃদ্ধি কৰে।

* আৰ্থিক সংকট আৰু ঋণৰ পৰা পৰিত্ৰাণ পাবলৈ মাঘ বিনায়ক চতুৰ্থীৰ দিনা ১০৮ডাল দুবৰি হালধি লগাই ‘শ্ৰী গজৱকত্ৰম নমো নমহঃ’ বুলি জপ কৰক, ইয়াৰ ফলত আৰ্থিক সমস্যাৰ সমাধান হ’ব।

* মাঘ বিনায়ক চতুৰ্থীৰ দিনা গণপতি পাণৰ পাতত সেন্দূৰ লগাই আগবঢ়াব লাগে আৰু এই সেন্দূৰৰে নিজেও গজাননৰ শ্ৰীচৰণ সেন্দূৰ নিজেও ফোঁট লগাওক। কোৱা হয় যে ইয়াৰ দ্বাৰা বৈবাহিক জীৱনৰ সকলো সমস্যা দূৰ হৈ পৰে।

* গণেশ জয়ন্তীৰ দিনা গজানন গণপতিক ৫টা লং আগবঢ়াওক আৰু তাৰ পাছৰ দিনা প্ৰেম বিবাহ কামনা কৰি সেউজীয়া কাপোৰত বান্ধি পিছদিনা নিজৰ লগত ৰাখক। কোৱা হয় যে ইয়াৰ দ্বাৰা প্ৰেমত থকা সকলো বাধা দূৰ হয়।

* মাঘ বিনায়ক চতুৰ্থীত যদি ৰূপৰ মুদ্ৰা আগবঢ়ালে ঘৰত চলি থকা সম্পত্তিৰ বিবাদৰ অন্ত পৰে আৰু পৰিয়ালত মিলা-প্ৰীতি অক্ষুণ্ণ থাকে।

* গৌৰীৰ পুত্ৰ গজননৰ জন্ম হৈছিল গণেশ জয়ন্তীৰ দিনা। সেয়েহে এই দিনা গণেশক আঠমুখী ৰুদ্ৰাক্ষ আগবঢ়ালে সৌভাগ্য আৰু সুখ-সমৃদ্ধি বৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক