--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰিটেইনৰ প্ৰিন্স হেৰীৰ আত্মজীৱনী 'স্পেয়াৰ' কেইদিনমানৰ ভিতৰতে মুকলি কৰা হ'ব। তাৰ আগতে তেওঁ এটাৰ পিছত এটাকৈ বিস্ফোৰণ ভাস্য প্ৰদান কৰি আছে। এইবাৰ তেওঁ মাহীমাক কেমিলিয়াক 'খলনায়িকা' বুলি অভিহিত কৰিছে! তাৰপিছতে সৃষ্টি হৈছে বিতৰ্কৰ।

উল্লেখ্য যে ৰাজকুমাৰী ডায়েনাৰ মৃত্যুৰ পিছত ৰাণী কনচৰ্টে কেমিলিয়াৰ স’তে ৰজা চাৰ্লছৰ বিয়া হয়। ডায়েনাৰ সন্তান হেৰী আৰু উইলিয়াম নামৰ দুয়োজন ভাতৃয়ে এই বিবাহৰ সৈতে একমত হোৱা নাছিল। তেওঁলোকে তেওঁলোকৰ দেউতাকৰ বিয়াক স্বীকৃতি দিয়া নাছিল।

এণ্ডাৰছন কুপাৰৰ সৈতে হোৱা শেহতীয়া এক সাক্ষাৎকাৰত হেৰীক কোৱা শুনা যায়- "তেওঁ (কেমিলিয়া) এগৰাকী খলনায়িকা। আমি এইটো (চাৰ্লছৰ সৈতে বিবাহ) একেবাৰে প্ৰয়োজনীয় বুলি ভবা নাছিলো।’’

ইয়াৰ উপৰিও হেৰীৰ আত্মজীৱনী প্ৰকাশৰ পূৰ্বে কেইবাটাও বিতৰ্কিত তথ্য প্ৰকাশ পাইছে। জানিব পৰা গৈছে যে প্ৰিন্স হেৰীক তেওঁৰ ককাদেউতা উইলিয়ামে প্ৰহাৰ কৰিছিল। ইয়াৰ কাৰণ হৈছে হেৰীৰ পত্নী মেঘান মাৰ্কেল। হেৰীয়ে দাবী কৰিছিল যে  ককাক উইলিয়ামে তেওঁক কলাৰত ধৰি মাটিত পেলাই দিছিল।

উল্লেখ্য যে শেহতীয়াকৈ প্ৰিন্স হেৰী আৰু তেওঁৰ পত্নী মেঘান মাৰ্কলেই ব্ৰিটেইনৰ ৰাজপৰিয়ালৰ ওপৰত ব্যাপক অভিযোগ উত্থাপন কৰি আহিছিল। এইসমূহে বিতৰ্কৰ সৃষ্টি কৰিছিল। তাৰমাজতে প্ৰিন্স হেৰীৰ এই ভাষ্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ