--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতি মাহে মহিলাসকলৰ এক সাধাৰণ ৰোগ হৈ পৰিছে মাহেকীয়াৰ সময়ত হোৱা পেটৰ বিষৰ সমস্যা। প্ৰায় মহিলাই মাহেকীয়াৰ সময়ত পেটৰ তলৰ অংশত তীব্ৰ বিষ অনুভৱ কৰে। যি বিষে মহিলাসকলক বিষত কোঙা কৰি পেলোৱা দেখিবলৈ পোৱা যায়। কিছুমান ঘৰুৱা উপায়েৰেও এই বিষৰ পৰা উপসম পাব পাৰি৷ ইয়াৰ পৰা কিদৰে সকাহ পাব পাৰি ৪টা ঘৰুৱা উপায় জানো আহক

১. গৰম পানীৰ বটল বা হিটিং পেডৰ জৰিয়তেও এই বিষৰ পৰা মুক্তি পাব পাৰি। গৰম পানীৰ বেগ, হিটিং পেড বা কাঁচৰ বটলত গৰম পানী ভৰাই পেট আৰু পিঠিৰ তলৰ অংশ প্ৰায় ১০-১৫ মিনিটৰ বাবে সেক দিব। গৰম পানীৰ সেকে মাহেকীয়াৰ সময়ত বিষৰ পৰা উপশম পাবলৈ সহায় কৰে।

২. কিচমিচ আৰু কেশৰেৰে এই বিষৰ পৰা মুক্তি পাব পাৰি। ৰাতি এটা বাটিত ক’লা কিচমিচ আৰু আন এটা বাটিত কেশৰ অলপ তিয়াঁই থব আৰু ৰাতিপুৱা সেইখিনি সেৱন কৰিলে মাহেকীয়া পেটৰ বিষ সকাহ পাব।

৩. মেথিৰ গুটিও এই বিষৰ বাবে উপকাৰী হয়। ৰাতিয়ে পানীত মেখি তিয়াই দিব থৈ দিব আৰু ৰাতিপুৱা মেথিখিনি চাকনিৰে চেকি মেথিৰ পানীখিনি খাব।

৪. অধিক পৰিমাণে পানী খাব লাগে। পানীয়ে শৰীৰটো অধিক হাইড্রেটেড কৰি ৰাখে। ইয়াৰ উপৰিও চাহ বা কফি সেৱন কৰাটোও শৰীৰটোৰ বাবে অধিক উপকাৰী।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস