--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজিকালি বুকুৰ বিভিন্ন সমস্যা দেখা যায় সমস্যা বাঢ়িছে। এই ক্ষেত্ৰত যদি আপোনাৰো বুকুৰ বিষ হয়, তেন্তে সেয়া আপোনাৰ বাবে চিন্তাৰ বিষয়। কাৰণ বহু সময়ত এই সমস্যা ইমানেই বাঢ়ি যায় যে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাটো অতি প্ৰয়োজনীয় হৈ পৰে। যদি আপোনাৰ বুকুৰ মৃদু বিষ হয় তেন্তে আপুনি কিছুমান ঘৰুৱা উপায় গ্ৰহণ কৰিব পাৰে। কিন্তু যদি বুকুৰ বিষ বেছি হৈ আহিছে তেন্তে তৎক্ষণাত চিকিৎসকৰ ওচৰলৈ যাব লাগে। বুকুৰ বিষ হ’লে কি কৰিব লাগে জানি লওক।

বুকুৰ বিষৰ বাবে এই ঘৰুৱা উপায়বোৰ কৰক-

আলমণ্ড-
যদি খাদ্য খোৱাৰ পিছত বিষ অনুভৱ কৰে তেন্তে ই এচিড ৰিফ্লাক্স। এনে পৰিস্থিতিত আপুনি দৈনিক আলমণ্ড খাব পাৰে বা আলমণ্ডৰ গাখীৰও খাব পাৰে এনে কৰিলে আপুনি বুকুৰ বিষৰ পৰা সকাহ পাব পাৰে।ইয়াৰ বাহিৰেও আপুনি ৰাতিপুৱা খালী পেটত তিয়াই থোৱা আলমণ্ড সেৱন কৰিব পাৰে।

এপল চাইডাৰ ভিনেগাৰ-
এচিড ৰিফ্লাক্সৰ ফলত হোৱা হৃদযন্ত্ৰৰ বিষৰ পৰা উপশম পাবলৈ  এপল চাইডাৰ ভিনেগাৰ ব্যৱহাৰ কৰিব পাৰি। ইয়াক সেৱন কৰিবলৈ খাদ্য খোৱাৰ আগতে বা বিষ হ’লে এগিলাচ পানীত এচামুচ এপল চাইডাৰ ভিনেগাৰ মিহলাই ল’ব পাৰে।এই কাম কৰিলে বুকুৰ বিষৰ পৰা সকাহ পাব পাৰি।

গৰম পানীয়-
যদি আপোনাৰ গেছৰ বাবে বুকুৰ বিষ হয় আৰু পেট ফুলা হয় তেন্তে গৰম পানীয় খালে গেছৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে।এয়া এক উত্তম ঘৰুৱা প্ৰতিকাৰ।

হালধিৰ  গাখীৰ-
হালধিৰ প্ৰদাহ নিবাৰণকাৰী গুণ আছে। ইয়াক সেৱন কৰিলে বুকুৰ বিষৰ পৰা উপশম পাব পাৰি। সেৱন কৰিবলৈ এচামুচ হালধি একাপ গৰম গাখীৰত মিহলাই খাব লাগে। ইয়াৰ লগতে ই কলেষ্টেৰল কমোৱাতো সহায় কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু