--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মিছ ইউএছএ আৰ'বনি গেব্ৰিয়েলে ৮৩ জন প্ৰতিযোগীক চেৰ পেলাই  মিছ ইউনিভাৰ্ছ-২০২২ৰ  খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। ৭১ সংখ্যক  মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ লুইজিয়ানাৰ নিউ অৰলিন্সৰ নিউ অৰলিন্স মৰেল কনভেনচন চেণ্টাৰত অনুষ্ঠিত হৈছিল। 

ভাৰতৰ মিছ ইউনিভাৰ্ছ ২০২১ হৰ্নাজ সান্ধুৱে আৰ'বনি গেব্ৰিয়েলৰ শিৰত মুকুট পিন্ধাই দিয়ে। এইবেলি প্ৰতিযোগিতা খনত  দিভিতা  ৰাইয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। অৱশ্যে, শীৰ্ষ ১৬ সংখ্যক  স্থানত থাকিও দিভিতা ৰাইয়ে  মুকুট আজুৰি আনিবলৈ সক্ষম নহ’ল৷  

মিছ ইউএছএ ২০২২ আৰু মিছ ইউনিভাৰ্ছ ২০২২ আৰ'বনি গেব্ৰিয়েল এগৰাকী  ফেশ্বন ডিজাইনাৰ আৰু মডেল । তেওঁ নিজৰ কাপোৰৰ ষ্টাৰ্টআপ আৰ'বনি নোলাৰ মুখ্য কাৰ্যবাহী বিষয়া। মিছ ভেনিজুৱেলা আমাণ্ডা ডুডামেল আৰু মিছ ডমিনিকান ৰিপাব্লিক এন্দ্ৰেনা মাৰ্টিনেজ প্ৰথম আৰু দ্বিতীয় ৰানাৰ্ছ-আপ হিচাবে  নিৰ্বাচিত হয়৷ 

দিভিতা ৰাইয়ে এই বছৰ মিছ ইউনিভাৰ্ছ পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ২৩ বছৰীয়া সুন্দৰীগৰাকী কৰ্ণাটকৰ। ২০২২ চনত তেওঁ মিছ ডিভা ইউনিভাৰ্ছৰ খিতাপ জয় কৰিছিল। কিন্তু মিছ ইউনিভাৰ্ছৰ শেষ যুদ্ধত দিভিতাই টিকি থাকিব নোৱাৰিলে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ