--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় সংস্কৃতি আৰু শালীনতা ধ্বংস কৰাৰ অভিযোগত বলীউডৰ তাৰকা অভিনেত্ৰী মালাইকা আৰোৰা আৰু সৰু পৰ্দাৰ অভিনেত্ৰী উৰ্ফি জাৱেদৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে।

এই দুয়োগৰাকী সুন্দৰী ছ’চিয়েল মিডিয়াৰ প্ৰায়ে চৰ্চাত থাকে। অদ্ভুত সাজ-পোছাকৰ বাবে মালাইকা সদায় শিৰোনামত থাকে। আনহাতে উৰ্ফীয়েও অদ্ভুত কাপোৰ পিন্ধি নিজকে বাতৰিৰ মাজলৈ টানি আনিবলৈ বাৰে বাৰে চেষ্টা কৰা দেখা যায়। পিছে কেতিয়াবা কেতিয়াবা ফেশ্বনেবল হোৱাৰ বাবে এওঁলোক দুয়োয়ে বিশেষকৈ আড়ম্বৰপূৰ্ণ কাপোৰ পিন্ধাৰ বাবেও জনপ্ৰিয়। জনপ্ৰিয়তাৰ সমান্তৰালভাৱে এই দুয়োগৰাকী সুন্দৰী বাৰে বাৰে ট্ৰ’লৰ বলিও হয় । কিন্তু এইবাৰ ট্ৰ’ল নহয়, মুম্বাইত তেওঁলোকৰ নামত দাখিল কৰা হৈছে এফআইআৰ ।

সূত্ৰ অনুসৰি, মলাইকা আৰু উৰ্ফিয়ে সমাজখনক প্ৰদূষিত কৰিছে বুলি এই এনজিঅ’টোৰ অভিযোগ দিয়ে। যুৱ প্ৰজন্মক ভুল পথত লৈ গৈছে বুলি উল্লেখ কৰিছে এনজিঅ’টোৱে  গতিকে এই দুই সুন্দৰীক শিকোৱাটো প্ৰয়োজন আছে বুলিয়েই এই পদক্ষেপ গ্ৰহণ কৰিছে ।

শেহতীয়াকৈ মলাইকা আহিছিল তেওঁৰ ক্লিভেজৰ বিষয়ে আলোচনাত। ফেশ্বন শ্ব’ত ফটোশ্বুটৰ সময়ত হঠাতে এজন লোকে মলাইকাৰ হাতত স্পৰ্শ কৰে। সেই ভিডিঅ’টো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

একে সময়তে উৰ্ফীয়ে ছ’চিয়েল মিডিয়াত কিছু নতুন ছবি আপলোড কৰিছে। য’ত দেখা যায় তেওঁ কেৱল চুলিয়েহে তাইৰ স্তন ঢাকি ৰাখিছে। কেপচনত কেৱল ইমোজিহে দি নীলা ৰঙৰ জিন্স পিন্ধি এক অদ্ভূত ৰূপত দেখা যায় উৰ্ফীক। এনে এক পোষ্ট কৰাৰ পাছত  উৰ্ফিৰ এই ছবিখন ভাইৰেল হৈ পৰিল। এই স্বেচ্ছাসেৱী সংগঠনটোৰ কৰ্মীসকলে দুয়োগৰাকী সুন্দৰীৰ এনে কৰ্মত অসন্তুষ্ট হৈ উক্ত সিদ্ধান্ত গ্ৰহণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী