--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভিন্ন গ্ৰহৰ প্ৰাণীকলৈ মানুহৰ কৌতূহলৰ অন্ত নাই। ভিন্ন গ্ৰহৰ প্ৰাণীৰ যান বহু ঠাইত দেখা পোৱা বুলিও বহুতে দাবী কৰি আহিছে। এইবাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকে এইবুলি দাবী কৰিছে যে ভিন্ন গ্ৰহণৰ এলিয়েনে মানুহৰ ৰূপ ধাৰণ  কৰি আমাৰ মাজতে ঘূৰি-ফুৰিব পাৰে। যদি গৱেষকৰ এই দাবী সঁচা হয় তেন্তে  বিশ্বব্ৰহ্মাণ্ডত যে আমি অকলশৰীয়া নহয় সেয়া প্ৰমাণ হ’ব।


 হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত দাবী কৰা হৈছে যে পৃথিৱীত গোপনে মানুহৰ মাজত এলিয়েন বাস কৰি থাকিব পাৰে। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ হিউমেন ফ্ল’ৰিছিং প্ৰগ্ৰেমৰ গৱেষকসকলৰ এক নতুন গৱেষণা পত্ৰত কোৱা হৈছে যে এলিয়েনে মানুহৰ মাজত বিচৰণ কৰি থাকিব পাৰে। 

গৱেষণাটোৱে এইবুলিও কৈছে যে ইউ এফ অ’ৰ সহায়ত এলিয়েনে পৃথিৱীলৈ আহিব পাৰে। কিন্তু এলিয়েনে মানুহৰ মাজত থাকি কেনে তথ্য সংগ্ৰহ কৰিব পাৰে সেই বিষয়ত গৱেষকসকলে বিশেষ কোনো মন্তব্য কৰা নাই। উল্লেখ্য আমেৰিকাৰ বহুতে এলিয়েনৰ যান ইউ এফ অ’ দেখা বুলি দাবী কৰি আহিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement