--°C
Loading...
Listen to Article
2 min read
80%


আপডেটঃ মিছা।ক্ৰিকেটাৰ হিথ ষ্ট্ৰিকৰ মৃত্যু ঘটা নাই। তেওঁ জীয়াই আছে। এয়া এক উৰাবাতৰিহে আছিল। Fact Crescendo ই এই কথা নিশ্চিত কৰিছে। 

ডিজিটেল ডেস্কঃ এক অতি দুখৰ খবৰে শোকাহত কৰি তুলিছে বিশ্বৰ ক্ৰীড়াপ্ৰেমীসকলক।  কৰ্কট ৰোগৰ সৈতে দীৰ্ঘদিন যুঁজি থাকি অৱশেষত মৃত্যুক সাৱটিলে  জিম্বাবোৱেৰ কিংবদন্তী ক্ৰিকেট তাৰকা হিথ ষ্ট্ৰীকে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল মাত্ৰ  ৪৯ বছৰ । তাৰকা খেলুৱৈগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে ক্ৰীড়া্ৰেমীসকলক শোকাহত হৈ পৰিছে।  ক্ৰিকেট জগতৰ বহুতেই  তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।


তেওঁৰ পৰিয়ালে কিছুদিন পূৰ্বে  কৈছিল যে কৰ্কট ৰোগৰ বিৰুদ্ধে ষ্ট্ৰীকৰ যুঁজ কঠিন হৈ আহিছে। মে’ মাহত তেওঁৰ অৱস্থাৰ অৱনতি ঘটিছিল আৰু তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ  সিদ্ধান্ত লোৱা হৈছিল। তেওঁক দক্ষিণ আফ্ৰিকাৰ বিশেষজ্ঞ চিকিৎসকে চিকিৎসা কৰি আছিল। কিন্তু তেওঁৰ প্ৰাণৰক্ষা কৰিব পৰা নগ’ল।হিথ হিল্টন ষ্ট্ৰীক (১৬ মাৰ্চ ১৯৭৪ – ২২ আগষ্ট ২০২৩)ৰ বুলাৱায়োত জন্মগ্ৰহণ কৰিছিল। 

 জিম্বাবোৱেৰ এজন প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ  হিথ ষ্ট্ৰীক মুখ্যতঃ জিম্বাবোৱে ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ এজন অলৰাউণ্ডাৰ আছিল। তেওঁ দলটোৰ অধিনায়ক হিচাপেও নিযুক্তি লাভ  কৰিছিল। তেওঁ ১৯৯৫-৯৬ বৰ্ষত মাটাবেলেলেণ্ডৰ হৈ ঘৰুৱা ক্ৰিকেট খেলিছিল। ইয়াৰ পিছত তেওঁ দেশ খনৰ হৈ বহু কেইখন আন্তঃৰাষ্ট্ৰীয় খেলত নিজৰ ক্ৰীড়া প্ৰতিভা উদঙাই দিবলৈ সক্ষম হৈছিল। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক