--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ দেশৰ হৈ মাত্ৰ চাৰিখন টেষ্ট খেলিছিল। দলত সুযোগ পালেও হাইনৰিখ ক্লাচেনে ভাৰতৰ বিৰুদ্ধে খেলা শৃংখলাৰ প্ৰথম এঘাৰত স্থান নাপালে। সেইবাবেই ক্লাচেনে হঠাৎ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লয়।

নিজৰ সিদ্ধান্তৰ বিষয়ে ব্যাখ্যা কৰি ক্লাচেনে কয় যে, এই সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত মই বহু ৰাতি সাৰ পাই কটালোঁ। মই ভাবো মই সঠিক সিদ্ধান্ত লৈছো নে নাই। কিন্তু এইবাৰ মই সিদ্ধান্ত লৈছো। টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ। এই সিদ্ধান্ত লোৱাটো বৰ কঠিন আছিল। কাৰণ ক্ৰিকেটৰ এই ফৰ্মেটটো মোৰ আটাইতকৈ ভাল লাগে।

তেওঁৰ ভাষাত, "মই খেলপথাৰৰ ভিতৰত আৰু বাহিৰত যি সংগ্ৰাম কৰিছো, সেই সংগ্ৰাম মোক ক্ৰিকেটাৰ কৰি তুলিছে।" নিজৰ দেশৰ হৈ খেলাতকৈ ডাঙৰ সন্মান নাই। মোৰ বাবে টেষ্ট কেপ আটাইতকৈ গুৰুত্বপূৰ্ণ। মোৰ সমগ্ৰ কেৰিয়াৰত মোক সহায় কৰাৰ বাবে মোৰ সতীৰ্থ আৰু প্ৰশিক্ষক কৰ্মচাৰীক ধন্যবাদ।”

ক্লাচেনে ভাৰতৰ বিৰুদ্ধে টেষ্টত অভিষেক ঘটায়। ইয়াৰ পিছত তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এখন আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুখন টেষ্ট খেলিছিল। জাতীয় দলত বিশেষ সুযোগ নোপোৱাকৈয়ে ক্লাচেনে অৱসৰৰ কথা ঘোষণা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক