--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ কন্যাৰ বয়স মাত্ৰ পাঁচ মাহ হৈছে। এই পাঁচমাহৰ  ভিতৰতে তাই বায়েক হৈ পৰিল। কাপুৰ পৰিয়াললৈ আহিছে নতুন অতিথি। নীতু কাপুৰ আকৌ আইতাক হ’ল। আলিয়াৰ শাহুৱেকে এই ভাল খবৰটো শ্বেয়াৰ কৰিলে। অভিনন্দন জনালে কৰীনা কাপুৰ খানেও।

নীতু কাপুৰে নতুন অতিথিৰ আগমনৰ বিষয়ে অৱগত কৰি সামাজিক মাধ্যমত লিখিছে, "পৰিয়ালৰ এজন নতুন সদস্যৰ আগমনত আমি সুখী।"

ঋষি কাপুৰ, ৰণধীৰ কাপুৰৰ ভগ্নী ৰীমা কাপুৰ আৰু মনোজ জৈনৰ দুই পুত্ৰ আৰমান আৰু আদাৰ। ৰণবীৰৰ পেহীয়েকৰ পুত্ৰ আৰমানে ২০২০ চনত প্ৰেমিকা অনিশা মালহোত্ৰাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। এপ্ৰিল মাহৰ শেষ সপ্তাহত পুত্ৰৰ অভিভাৱক অৰমান আৰু অনিশা।

উল্লেখ্য যে ২০১৪ চনত আৰ্মানে ''লেকৰ হুম দীৱানা দিল’’ ছবিত অভিনয় কৰিছিল। ইয়াৰ উপৰিও তেওঁ ''ষ্টুডেণ্ট অৱ দ্যা ইয়েৰ’’ ছবিখনত সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement