--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাতৃ হ’ল অভিনেত্ৰী দীপিকা কক্কৰ।বুধবাৰে অভিনেত্ৰীগৰাকীয়ে এটি  পুত্ৰ সন্তান জন্ম দিয়ে। সহ-অভিনেতা শোয়েবৰ সৈতে বিয়াৰ পাঁচ বছৰৰ পিছত দীপিকা আৰু শোয়েবৰ পৰিয়াললৈ আহিল এগৰাকী নতুন আলহী।   
 
 
 
 
View this post on Instagram
 
 
 
 
 
 
 
 
 
 
 

A post shared by Dipika (@ms.dipika)


অৱশ্যে সন্তানৰ জন্মকলৈ  শোয়েব কিছু পৰিমাণে  চিন্তিত হৈ পৰিছিল।  কিয়নো কেঁচুৱাটো সময়তকৈ বহু আগতে জন্ম হৈছে। চিকিৎসকৰ মতে মাতৃ আৰু নৱজাতক এতিয়া সুস্থ অৱস্থাত আছে। উল্লেখ্য  চিকিৎসকে জুলাই মাহতহে দীপিকাক  প্ৰসৱৰ তাৰিখ দিছিল।

শোয়েবে ইনষ্টাগ্ৰামত দীপিকাই এটি পুত্ৰ  সন্তান জন্ম দিয়াৰ ভাল খবৰটো অনুৰাগীসকলক জনাইছে। 
দীপিকা কক্কৰে ২০১৮ চনত  শোৱেব ইব্ৰাহিমৰ সৈতে দ্বিতীয় বিবাহত আবদ্ধ হৈছিল। বিবাহৰ পিছত দীপিকাই  ইছলাম ধৰ্ম গ্ৰহণ কৰি নিজৰ নাম ফৈজা কৰি লৈছিল। ইয়াকে লৈ  বিতৰ্কও হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে