--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
মুকেশ আম্বানী আৰু নীতা আম্বানীয়ে কয়, ‘২০২২ চনৰ ১৯ নৱেম্বৰত আমাৰ সন্তান ঈশা আৰু আনন্দই যমজ সন্তান জন্ম দিয়াৰ কথা ঘোষণা কৰি আমি আনন্দিত হৈছো।
মুকেশ আম্বানী আৰু নীতা আম্বানীয়ে কয়, ‘২০২২ চনৰ ১৯ নৱেম্বৰত আমাৰ সন্তান ঈশা আৰু আনন্দই যমজ সন্তান জন্ম দিয়াৰ কথা ঘোষণা কৰি আমি আনন্দিত হৈছো।মুকেশ আম্বানী আৰু নীতা আম্বানীয়ে কয়, ‘২০২২ চনৰ ১৯ নৱেম্বৰত আমাৰ সন্তান ঈশা আৰু আনন্দই যমজ সন্তান জন্ম দিয়াৰ কথা ঘোষণা কৰি আমি আনন্দিত হৈছো।

কালি শনিবাৰে মুকেশ আম্বানীৰ কন্যা ঈশা আম্বানী আৰু তেওঁৰ স্বামী আনন্দ পিৰামলে এহাল যমজ সন্তান জন্ম দিয়ে, সন্তান দুটিৰ এটি পুত্ৰ আৰু এটি কন্যা শিশু।

এক প্ৰেছ বিজ্ঞপ্তিযোগে মুকেশ আম্বানী আৰু নীতা আম্বানীয়ে কয়, ‘২০২২ চনৰ ১৯ নৱেম্বৰত আমাৰ সন্তান ঈশা আৰু আনন্দই যমজ সন্তান জন্ম দিয়াৰ কথা ঘোষণা কৰি আমি আনন্দিত হৈছো। ঈশা আৰু কন্যা আদিয়া আৰু পুত্ৰ কৃষ্ণৰ অৱস্থা বৰ্তমান ভাল। আদিয়া, কৃষ্ণ, ঈশা আৰু আনন্দৰ জীৱনৰ এই অতি গুৰুত্বপূৰ্ণ ক্ষণত আমি আপোনালোকৰ আশীৰ্বাদ আৰু শুভেচ্ছা বিচাৰিছো”।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক