--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰাক্তন আইএএছ বিষয়া অৰুণ গোৱেলে আজি দেশৰ নতুন নিৰ্বাচন আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। পঞ্জাব কেডাৰৰ ১৯৮৫ বৰ্ষৰ আইএএছ বিষয়া গোৱেলে ১৮ নৱেম্বৰত স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিছিল। তেওঁক শনিবাৰে নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছিল।

তেওঁ ৬০ বছৰ বয়স সম্পূৰ্ণ কৰাৰ পাছত চলিত বৰ্ষৰ ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰিবলগীয়া লাগিছিল। তেওঁ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ আৰু নিৰ্বাচন আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডেৰ সৈতে নিৰ্বাচনী পেনেলত যোগদান কৰিছে।
এই বছৰৰ মে’ত মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে সুশীল চন্দ্ৰৰ অৱসৰৰ পিছত আয়োগত এটা খালী পদ আছিল। 

গোৱেল তেতিয়ালৈ উদ্যোগ সচিব আছিল। তেওঁ কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰণালয়তো সেৱা আগবঢ়াইছে।
গুজৰাটত এক আৰু পাঁচ ডিচেম্বৰত দুটা পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কেইদিনমান পূৰ্বে তেওঁ নিযুক্তি লাভ ৰৰিছে।
অহা মাহত নাগালেণ্ড, মেঘালয়, ত্ৰিপুৰা আৰু কৰ্ণাটকৰ নিৰ্বাচনৰ সময়সূচী নিৰ্ধাৰণ কৰাৰ সময়ত নিৰ্বাচনী পেনেলৰ সম্পূৰ্ণ কৰ্তৃত্ব থাকিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement