--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মদৰ নিচাত কুকুৰৰ পোৱালীৰ কাণ আৰু নেগুৰ কাটি খালে মদপীয়ে। উত্তৰ প্ৰদেশৰ বেৰেইলীৰ ফৰিদপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নাই বস্তি এছদিএম কলনিত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে, মদপীকেইজনে দুটাকৈ কুকুৰ পোৱালীৰ কাণ আৰু নেগুৰ কাটি পেলায়। তাৰপাছত নিমখ সানি ভক্ষণ কৰে।

তাৰপাছতে কিছু লোকে আৰক্ষী আৰু জন্তু সুৰক্ষা বাহিনীক কথাটো অৱগত কৰে। কুকুৰ পোৱালী দুটাক চিকিৎসাৰ বাবে লৈ যোৱা হয়।

আনহাতে, মদপীকেইজনৰ বিৰুদ্ধে থানাত ৰুজু কৰা হয় গোচৰ। এনিমেল ক্ৰুৱেলিটি এক্টৰ অধীনত এই গোচৰটো ৰুজু কৰা হৈছে।
অভিযুক্ত মদপীকেইজনৰ ভিতৰত অন্যতম হৈছে ফৰিদপুৰ নিবাসী মুকেশ বাল্মিকী। মুকেশে লগৰীয়াৰ স’তে মঙলবাৰে ৰাতি এই কাণ্ড সংঘটিত কৰিছিল।

ঘটনাটোৰ সংক্ৰান্তত জীৱ জন্তুপ্ৰেমীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। তেওঁলোকে আৰক্ষীক যথোচিত ব্যৱস্থা ল’বলৈ দাবী জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক