--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত পুনৰ  মৃত্যু ঘটিল এটা চিতাৰ।  দুমাহ পূৰ্বে উদ্যান খনত জন্ম গ্ৰহণ কৰা এটা চিতা পোৱালিৰ মঙলবাৰে মৃত্যু হয় বুলি বন বিভাগে প্ৰকাশ কৰিছে। ইয়াকেলৈ উদ্যানখনত চিতাৰ মৃত্যুৰ সংখ্যা চাৰিলৈ বৃদ্ধি পালে।  আজি চিতাৰ  পোৱালিটোৱে  দুৰ্বলতাৰ ফলতে মৃত্যুবৰণ কৰে বুলি  বন বিভাগে প্ৰকাশ কৰিছে। 

চিতা জৱালা, যাক আগতে চিয়া বুলি জনা গৈছিল, ২০২২ চনৰ ছেপ্টেম্বৰত নামিবিয়াৰ পৰা শ্বেওপুৰৰ পৰা  মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ অনা হৈছিল। চিতাজনীয়ে  এই বছৰৰ মাৰ্চৰ শেষ সপ্তাহত চাৰিটা পোৱালিৰ জন্ম দিছিল।

চিতা প্ৰজাতিটো বিলুপ্ত বুলি ঘোষণা কৰাৰ ৭০  বছৰৰ পিছত ভাৰতত চিতা পুনৰ মুকলি কৰি দিয়া  হৈছিল। নামিবিয়াৰ এজন  পৰা অনা চিতা ছাছাৰ ২৭ মাৰ্চত বৃক্ক সম্পৰ্কীয় ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল। আনহাতে দক্ষিণ আফ্ৰিকাৰ পৰা অনা উদয় নামৰ আন এটা চিতাৰ ১৩ এপ্ৰিলত মৃত্যু হৈছিল।

দক্ষিণ আফ্ৰিকাৰ পৰা অনা দক্ষ নামৰ চিতাটোৱেও আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰিছিল। ১৯৪৭ চনত ছত্তীশগড়ত অন্তিমটো চিতা চিকাৰ কৰাৰ পিছত ছিয়াৰ চাৰিটা পোৱালি ভাৰতৰ মাটিত  জন্ম হৈছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস