--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজিৰ দিনটো মেষ, মিথুন, কৰ্কট, সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এক বিশেষ দিন। একাংশৰ বাবে আজিৰ দিনটো শুভ হোৱাৰ বিপৰীতে আন একাংশ ৰাশিৰ বাবে আজি সাৱধান হোৱাৰ প্ৰয়োজন। জানো আহক আজিৰ আপোনাৰ ভাগ্যই কি কয়।

 মেষ ৰাশিঃ-মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো শুভ। চাকৰিত পদোন্নতি, যিসকলে চাকৰি পৰিৱৰ্তনৰ কথা ভাবিলে তেওঁলোকৰ ইচ্ছাও অতি সোনকালে পূৰণ হ’ব। বিবাদৰ পৰা দূৰত থাকক।

 বৃষ ৰাশিঃ-বৃষ ৰাশিৰ লোকৰ বাবে আজি এক কঠিন দিন হ’ব। ব্যৱসায়ত শুভ, ছাত্ৰ-ছাত্ৰীৰ বাবে যিকোনো পৰীক্ষাৰ বাবে কষ্ট কৰিব লাগিব। আজি আপোনাৰ মনৰ যিকোনো ইচ্ছা পূৰণৰ বাবে মন সুখী হ’ব।

 মিথুন ৰাশিঃ-দৈনন্দিন কাম-কাজত সমস্যাৰ সন্মুখীন হ’ব পাৰে, কিন্তু আপোনাৰ চতুৰ বুদ্ধি ব্যৱহাৰ কৰি সহজে তাৰ পৰা ওলাই আহিব পাৰিব। জ্যেষ্ঠ লোকৰ সেৱাত আজি কিছু সময় কটাব, যিয়ে আপোনাক মানসিক শান্তি দিব।

 কৰ্কটঃ-কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ কৰ্মক্ষেত্ৰত সন্মান লাভৰ দিন দেখা যায়। সামাজিক ক্ষেত্ৰত কাম কৰা লোকসকলৰ আজি বন্ধুৰ সংখ্যা বাঢ়িব পাৰে। পেটৰ লগত জড়িত কিবা সমস্যা হ’ব পাৰে।

 সিংহঃ-সিংহ ৰাশিৰ লোকৰ বাবে উপকাৰী দিন হ'বলৈ গৈ আছে। আজি নতুন বাহন ক্ৰয়ত আজিৰ দিনটো শুভ দেখা যায়। বিবাহিত লোকসকলৰ সন্তানক লৈ চিন্তিত হ’ব পাৰে।

 কন্যা ৰাশিঃ-কন্যা ৰাশিৰ লোকসকলৰ বাবে আজি এটা স্বাভাৱিক। চিন্তা বৃদ্ধি, কৰ্মক্ষেত্ৰত শুভ হোৱাৰ লগতে আপোনাৰ পৰামৰ্শ আদৰণীয় হ'ব।

 তুলা ৰাশিঃ-আজিৰ দিনটো তুলা ৰাশিৰ জনসাধাৰণৰ বাবে হ’ব কিছু বিভ্ৰান্তিকৰ দিন। দায়িত্ব বাঢ়িব। ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো শুভ, ভাই-ভনীয়ে আজি আপোনাক প্ৰতিটো কামত সহায় কৰিব।

 বৃশ্চিক ৰাশিঃ-আজি বৃশ্চিক ৰাশিৰ জনসাধাৰণৰ বাবে অতি ফলপ্ৰসূ হ'বলৈ গৈ আছে। ভ্ৰমণত শুভ, আজি কষ্ট কৰি মন অনুযায়ী উপাৰ্জন কৰিব পাৰিব। আপুনি আপোনাৰ ধন ষ্টক মাৰ্কেট বা মিউচুৱেল ফাণ্ড আদিত বিনিয়োগ কৰিলে লাভান্বিত হ’ব।

 ধনু ৰাশিঃ-ধনু ৰাশিৰ লোকৰ বাবে আজি দিনটো শুভ, ব্যৱসায়ত সাৱধান হওক, কিছু লোকচানৰ সন্মুখীন হ’ব পাৰে। আজি কৰা যিকোনো পুৰণি বিনিয়োগত আজি সফলতা লাভ কৰিব।

 মকৰ ৰাশিঃ-মকৰ ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মিশ্ৰিত দিন হ’ব। ব্যৱসায়ত শুভ, নতুন কামৰ পৰিকল্পনাও কৰিব পাৰে, শত্ৰুৰ পৰা সাৱধানে থাকক।

 কুম্ভ ৰাশিঃ-আজি কুম্ভ ৰাশিৰ লোকৰ বাবে কঢ়িয়াই আনিব শুভ বাৰ্তা। আজি আপোনাৰ জীৱনত কিছু কাম হ’ব, যিটো আপুনি আশাও কৰা নাছিল। কৰ্মক্ষেত্ৰত ব্যস্ততা বাঢ়িব।

 মীন ৰাশিঃ-মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো শুভ, ধন লাভৰ সম্ভাৱনা দেখা যায়, সন্তানক লৈ সুখী হ’ব, কিন্তু আপোনাৰ যিকোনো দ্ৰুত সিদ্ধান্তই পাছলৈ অসুবিধা দিব পাৰে, গতিকে সাৱধান হওক।






FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ