--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মেষৰ সন্মান লাভ, মিথুনৰ উপাৰ্জন বৃদ্ধি, চাওঁ আহক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল -

১. মেষ:- মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ধন তথা সন্মান লাভৰ যোগ দেখা যায়। আজি আপুনি সজাগ নহ'লে কৰ্মস্থানত সামান্য পৰিৱৰ্তন হোৱাৰ যোগ দেখা যায়।

 ২. বৃষঃ-বৃষ ৰাশিৰ লোকসকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

 ৩. মিথুনঃ-মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত উপাৰ্জন বঢ়াৰ লগতে নতুনকৈ ব্যৱসায়িক দিশত যোগাযোগ হ'ব পাৰে। লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সফলতা লাভ হোৱাৰ যোগ দেখা যায়।

 ৪. কৰ্কটঃ-কৰ্কত ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত আনৰ সহায়-সহযোগিতা লাভ কৰিব, আৰ্থিক দিশত উন্নতিৰ লগতে সন্মান লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে প্ৰেমত বিফল হোৱাৰ যোগ দেখা যায়।

 ৫. সিংহঃ-সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব, প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য চিন্তাভাব বৃদ্ধি হোৱাৰ দেখা যায়।

 ৬. কন্যাঃ-কন্যা ৰাশিৰ লোকসকলে আজিৰ দিনটোত সাহিত্য সেৱাত মনোনিৱেশ হ'ব যদিও আজি আপুনি সজাগ নহ'লে কৰ্মত সামান্য জটিলতা বাঢ়িব পাৰে। লগতে আজি আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ হোৱাৰ দৰকাৰ আছে।

 ৭. তুলাঃ-তুলা ৰাশিৰ লোকসকলৰ আজিৰ দিনটোত কৰ্মত পদোন্নতি লাভ কৰিব পাৰে, কৰ্মক্ষেত্ৰত যশস্যা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য চিন্তাভাব বৃদ্ধি হোৱা দেখা যায়।

 ৮. বৃশ্চিকঃ-বৃশ্চিক ৰাশিসকলে আজিৰ দিনটোত সন্মান বাঢ়িব, বিদ্যাৰ্থীসকলৰ সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বৃদ্ধি পৰিলক্ষিত হ’ব।

 ৯. ধনুঃ-ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদ ভাব বাঢ়িব, প্ৰেমত শুভ হ'ব, আৰ্থিক দিশত উন্নতি হ'ব যদিও আজি আপুনি কৰ্মত সজাগ নহ'লে সামান্য প্ৰতাৰণা সন্মুখীন হোৱাৰ যোগ দেখা যায়।

 ১০. মকৰ:-মকৰ ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সম্পদ বাঢ়িব, যদিও আজি আপোনাৰ দেহ-মনত সামান্য এলাহ ভাব বৃদ্ধি হ'ব পাৰে লগতে আজি আপোনাৰ দেহ-মনত সামান্য কষ্টৰ সন্মুখীন হোৱাৰ যোগ দেখা যায় ।

 ১১. কুম্ভ:-কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত ঘৰুৱা কৰ্মবোৰত শুভ হ'ব, ঘৰত উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি হয়। আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বাঢ়িব পাৰে লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সামান্য গুৰুত্ব হ্ৰাস পোৱাৰ দেখা যায়।

 ১২. মীন:-মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শিল্পীসকলৰ সুনাম বাঢ়িব, কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। আজি আপুনি সকলো দিশতে সতৰ্কতা অৱলম্বন কৰাটো ভাল হ'ব।




FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ