--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ "মহাৰাষ্ট্ৰত যি ঘটিছে সেয়া আচৰিত। চৰকাৰখন অনৈতিকভাৱে ভাঙিবলৈ চেষ্টা কৰা হৈছে। "মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মহাৰাষ্ট্ৰ চৰকাৰৰ সংকটৰ বিষয়ে সোচ্চাৰ হৈ উঠিছে। তৃণমূল সুপ্ৰিমো মমতা বেনাৰ্জীয়ে ইডি-চিবিআইৰ বিৰুদ্ধে ধন বিয়পাই আৰু ভয় খুৱাই বিধায়ক ক্ৰয় কৰাৰ অভিযোগ উত্থাপন কৰিছে।

শিৱসেনাৰ মুৰব্বী তথা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ সমৰ্থনত থিয় হৈ বেনাৰ্জীয়ে কয়, "মই উদ্ধৱৰ বাবে ন্যায় বিচাৰো। মই মহাৰাষ্ট্ৰৰ বাবে ন্যায় বিচাৰো। সংবিধান অনুসৰি ন্যায্য হওঁ । "বিজেপিয়ে গণতন্ত্ৰ ধ্বংস কৰিবলৈ চেষ্টা কৰি আছে। তেওঁলোকৰ নম্বৰ নাই, সেয়েহে বিধায়কসলক টকা দি কিনা-বেছা ৰাজনীতিত নামিছে। বিজেপিয়ে সমগ্ৰ দেশতে ৰাষ্ট্ৰপতি শাসন জাপি দিব বিচাৰে। আজি মহাৰাষ্ট্ৰৰ চৰকাৰে ইয়াক উৎখাত কৰিবলৈ চেষ্টা কৰি আছে আৰু কাইলৈ  আন এখন ৰাজ্যতো বিজেপিয়ে একে কাৰ্য সংঘচিত কৰিব। ''

বৃহৎ সংকটত শিৱসেনাৰ সিংহাসন। 'অসন্তুষ্ট শিবিৰৰ নেতা' একনাথ চিন্দেয়ে ৪০-৪২ জন বিধায়কৰ সৈতে গুৱাহাটীৰ এখন হোটেলত আশ্ৰয় লৈছে। উদ্ধৱ ঠাকৰেৰ আসন খন তৈয়াৰ হোৱাৰ সময়ত তৃণমূল ঠাকৰেৰ কাষত থিয় হৈছিল। বুধবাৰে গুৱাহাটী বিমানবন্দৰত একনাথ চিন্দেক আদৰণি জনায় অসম বিজেপি নেতা সুশান্ত বৰগাহাঁইয়ে।  চতুৰ্দশ লোকসভা নিৰ্বাচনৰ পূৰ্বে তৃণমূল নেতা মমতা বেনাৰ্জীৰ কণ্ঠত বিৰোধী ঐক্যৰ বাৰ্তা বাৰে বাৰে শুনা গৈছে। এই সময়ত, ঠাকৰেৰ পক্ষত তেওঁৰ স্থিতিয়ে বিজেপিক পোনপটীয়াকৈ প্ৰত্যাহ্বান জনোৱাৰ লগতে বিৰোধী ঐক্যৰ এক ডাঙৰ বাৰ্তা প্ৰেৰণ কৰিছে বুলি ৰাজনৈতিক মহলত এতিয়া চৰ্চা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান