--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃসেনাৰ গোলাবাৰুদৰ কাৰখানা (অৰ্ডনেন্স ফেক্টৰী)ত এক প্ৰচণ্ড বিস্ফোৰণ সংঘটিত হৈছে । ঘটনাটোত কাৰখানাটোৰ  এজন কৰ্মচাৰী নিহত হৈছে । বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই৷ ঘটনা সন্দৰ্ভত জানিবলৈ তদন্ত আৰম্ভ কৰা হৈছে।

 শনিবাৰে পুৱা প্ৰায় ৮ বজাত মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা অঞ্চলৰ  কাৰখানাটোতসংঘটিত  প্ৰচণ্ড বিস্ফোৰণত সমগ্ৰ এলেকাটোত  জোকাৰণিৰ সৃষ্টি হয়৷  বিস্ফোৰণটোত ৫২ বছৰীয়া অবিনাশ মেশ্ৰাম নামৰ কৰ্মচাৰী জন নিহত হয়৷ 

খবৰ অনুসৰি তেওঁ দিনটোৰ প্ৰথম শ্বিফ্টত কাম কৰি আছিল ।  সেই সময়ত তেওঁ বিস্ফোৰণ সংঘটিত হোৱা স্থানত অকলে থকাৰ বাবে তেওঁৰ বাহিৰে  আন কোনো লোকৰ  মৃত্যু ঘটিবলৈ নাপালে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ