--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সত্য আৰু অহিংসাৰ পথ অনুসৰণ কৰি ভাৰতৰ স্বাধীনতা লাভ কৰা মহাত্মা গান্ধীৰ আজি জন্ম দিৱস (গান্ধী জয়ন্তী ২০২২)। বিশ্বৰ বহু ব্যক্তিয়ে আজিও গান্ধীজীক নিজৰ আইকন হিচাপে গণ্য কৰে। তেওঁৰ নেতৃত্বৰ মান আৰু আচৰিত দক্ষতাই দেশখনক একত্ৰিত কৰি তুলিছিল। কাৰণ সেই সময়ত যেতিয়া সংবাদ মাধ্যমৰ হাতত ইজনে-সিজনক যোগাযোগ কৰিবলৈ ইমান প্ৰসাৰ বা কোনো শক্তিশালী মাধ্যম নাছিল। বাপুৰ শৈলী আজিও সফলতাৰ বাবে শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। তেওঁৰ জন্ম জয়ন্তীত আমি আপোনালোকক জনাইছো তেওঁৰ ১০টা চিন্তা, যিয়ে আপোনাৰ জীৱন সলনি কৰিব। জানো আহক..

 ১. এজন ব্যক্তিৰ চিন্তাই তেওঁৰ চৰিত্ৰ গঢ় দিয়ে। সেইবাবেই আমি ভবাৰ দৰে হৈ পৰো।

 ২. যদি আপোনাৰ এটা কাৰ্য্ই কাৰোবাক সুখ দিব পাৰে, তেনে কামেই কৰা উচিত।

 ৩. জীৱনত এনেকুৱা সময়ো আহে, যেতিয়া নিজকে প্ৰতিপক্ষৰ সন্মুখীন কৰিবলগীয়া হয়। এনে অৱস্থাত প্ৰতিপক্ষৰ সন্মানেৰে জয় কৰিবলৈ চেষ্টা কৰা উচিত।

 ৪. এই পৃথিৱীত সঁচা অৰ্থত শান্তি আনিবলৈ হ’লে যুদ্ধৰ বিৰুদ্ধে একন বাস্তৱিক যুদ্ধৰ আনিব লাগিব। তাৰ আৰম্ভণি আমি আমাৰ সন্তানৰ পৰা কৰিব লাগিব। তেতিয়াহে প্ৰকৃত শান্তি ঘূৰি আহিব।

 ৫. জীৱনটো এনেদৰে জীয়াই থাকক যেন এই পৃথিৱীত আমি চিৰকাল জীয়াই থাকিব লাগিব।

 ৬. সেই স্বাধীনতাৰ কোনো কাম নাই, য’ত আপোনাৰ ভুল কৰাৰ স্বাধীনতা নাই।

 ৭. শক্তি শাৰীৰিক ক্ষমতাৰ পৰা নহয় বৰঞ্চ অদম্য ইচ্ছাশক্তিৰ পৰাহে আহে। গতিকে ইচ্ছাশক্তি শক্তিশালী কৰি ৰাখক।

 ৮. কাৰোবাৰ গুৰুত্ব তেতিয়ালৈকে বুজি নাপাই যেতিয়ালৈকে তেওঁৰ হেৰুৱাই নেপেলায়। গতিকে গুৰুত্বপূৰ্ণ ব্যক্তিজনৰ গুৰুত্ব আগতীয়াকৈ বুজি লওক।

 ৯. কিবা কৰাৰ আগতে চিন্তা কৰক। আপুনি যিমানেই চেষ্টা নকৰক কিয়, আপোনাৰ কাৰ্য্যৰ ফল কি হ’ব আপুনি কেতিয়াও নাজানে। সেইবাবেই আপুনি কেৱল কামতহে মনোনিৱেশ কৰিব লাগে।

 ১০. নিজৰ আত্মসন্মান হেৰুৱাই পেলোৱাতকৈ ডাঙৰ ক্ষতি একো হ’ব নোৱাৰে। গতিকে নিজৰ আত্মসন্মান নিজে ৰক্ষা কৰক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক