--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জাতিৰ পিতা মহাত্মা গান্ধীৰ নাতি অৰুণ গান্ধীৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত মঙলবাৰে (২ মে’) মহাৰাষ্ট্ৰৰ কলহাপুৰত মৃত্যু হয়। তেওঁৰ পুত্ৰ তুষাৰ গান্ধীয়ে কয় যে আজি দুপৰীয়া ২ বজাৰ পিছত কলহাপুৰত তেওঁৰ শেষ অনুষ্ঠান সম্পন্ন কৰা হ’ব।

১৯৩৪ চনৰ ১৪ এপ্ৰিলত ডাৰবানত মনিলাল গান্ধী আৰু সুশীলা মাশ্ৰুৱালাৰ ঘৰত জন্মগ্ৰহণ কৰিছিল অৰুণ গান্ধীয়ে। জাতিৰ পিতা মহাত্মা গান্ধীৰ পদাংক অনুসৰণ কৰি তেওঁ সাহিত্যিক আৰু সামাজিক কৰ্মী হিচাপে মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ সেৱা আগবঢ়াইছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
এতিয়াৰ পৰা UPI এপৰ জৰিয়তে চাব নোৱাৰিব একাউণ্টৰ জমা ধন
দিলীপ শইকীয়াসহ দেশৰ ১৭ বিশিষ্ট সাংসদক 'সংসদ ৰত্ন' বঁটা
বিশ্বৰ জনপ্ৰিয় গণতান্ত্রিক নেতাৰ শীৰ্ষ স্থানত নৰেন্দ্ৰ মোদী
চেণ্টকমৰ মুৰব্বীক সৰ্বোচ্চ ৰাজ্যিক সন্মান প্ৰদান পাকিস্তানৰ
১৪ ছেপ্টেম্বৰত ভাৰত-পাকিস্তানৰ মেচ
গুৱাহাটী বিশ্ববিদ্যালয়ত চাঞ্চল্যকৰ চুৰিকাণ্ড
কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ; ব্ৰত ৰখাৰ নিয়ম জানি লওক, নহ'লে পূজা হʼব আধৰুৱা
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত মৃত্যুক সাবটিলে 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত যুৱকজনে
আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ; মহা মৃত্যুঞ্জয় মন্দিৰত পুৱাৰে পৰা অগণন ভক্তৰ ভিৰ
মায়াৰ চৰ শাইলধাৰাত ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড খহনীয়া! নিদ্ৰাৰত অৱস্থাত জনপ্রতিনিধি
ভিটামিন Aৰ অভাৱত শৰীৰৰ হয় নানা সমস্যা! আপুনি জানেনে সতৰ্কবাণীসমূহ
ভাৰতীয় দলত অন্তৰ্ভুক্ত পেচাৰ অনছুল