--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰত সংঘটিত হৈছে এটা নিকৃষ্ট ঘটনা।  এজন ৪০ বছৰীয়া ব্যক্তিয়ে বিয়া কৰাইছে এগৰাকী  ১১ বছৰীয়া নাবালিকাক।

জানিব পৰা মতে, ৪০ বছৰীয়া ব্যক্তিজনৰ নাম মহেন্দ্ৰ পাণ্ডে।  ব্যক্তগৰাকীৰ ঘৰ বিহাৰৰ ছিৱানত। নাবালিকা গৰাকীৰ মাতৃৰ অভিযোগ অনুসৰি মহেন্দ্ৰ কুমাৰ পাণ্ডেৰ পৰা ধাৰলৈ ধন লৈছিল মহিলাগৰাকীয়ে। কিন্তু দাৰিদ্ৰতাৰ বাবে ধন ঘূৰাই দিব পৰা নাছিল মাতৃগৰাকীয়ে। ধন ঘূৰাই দিবৰ বাবে সময় বিচাৰিছিল ব্যক্তিজনৰ পৰা।

কিন্তু ধন ঘূৰাই দিব নোৱাৰাৰ বাবে ধনৰ পৰিৱৰ্তে মহিলাগৰাকীৰ কণমাণি কন্যাক বিয়া কৰাই লৈ যায় ব্যক্তিগৰাকীয়ে।

ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে মহেন্দ্ৰ পাণ্ডেক। আৰক্ষীয়ে POCSO আইনৰ অধীনত ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে