--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব বিশ্বকাপ। একে সময়তে অহা ১৯ নৱেম্বৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাৰ চূড়ান্ত খেল। অৱশ্যে এতিয়া ভূতপূৰ্ব ক্ৰিকেটাৰ সুনীল গাভাস্কৰে বিচিচিআইৰ পৰা বিশেষ দাবী উত্থাপন কৰিছে। সুনীল গাভাস্কৰে কয় যে তেওঁ বিচাৰে মহেন্দ্ৰ সিং ধোনী আৰু ইছৰো’ৰ মুৰব্বীকো সোণালী টিকট প্ৰদান কৰক। ইয়াৰ পূৰ্বে বলীউডৰ অভিনেতা অমিতাভ বচ্চনক সোণালী টিকট দিয়া হৈছিল। বিশ্বকাপৰ স্বৰ্ণ টিকট লাভ কৰা প্ৰথমজন ব্যক্তি আছিল অমিতাভ বচ্চন। ইয়াৰ পিছত বি চি চি আইয়ে শচীন তেণ্ডুলকাৰক সোণালী টিকট প্ৰদান কৰে।

বলীউডৰ অভিনেতা অমিতাভ বচ্চনৰ পাছত ভাৰতৰ প্ৰাক্তন কিংবদন্তি শচীন টেণ্ডুলকাৰক সোণালী টিকট দিয়া হৈছিল। সুনীল গাভাস্কৰে কয় যে ইছৰো’ৰ মুৰব্বী এছ. সোমনাথকো সোণালী টিকট প্ৰদান কৰিব লাগে। শেহতীয়াকৈ তেওঁৰ নেতৃত্বত ভাৰতে চন্দ্ৰযান-৩ চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰিছিল। সুনীল গাভাস্কৰে আশা প্ৰকাশ কৰে যে কপিল দেৱ, মহেন্দ্ৰ সিং ধোনী আৰু অন্যান্য সন্মানীয় ব্যক্তিসকলৰ উপৰিও ইছৰোৰ মুৰব্বী এছ. সোমনাথকো সোণালী টিকট দিব লাগে। 

উল্লেখযোগ্য যে শেহতীয়াকৈ বলীউডৰ অভিনেতা অমিতাভ বচ্চনৰ পাছত বি চি চি আইয়ে ভাৰতীয় প্রাক্তন কিংবদন্তি শচীন তেণ্ডুলকাৰক সোণালী টিকট প্ৰদান কৰিছিল৷ এতিয়া লিটিল মাষ্টৰে আশা প্ৰকাশ কৰিলে যে কপিল দেৱ, মহেন্দ্ৰ সিং ধোনী আৰু অন্যান্য সন্মানীয় ব্যক্তিসকলৰ উপৰিও ইছৰোৰ মুৰব্বী এছ. সোমনাথেও সোণালী টিকট পাব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক