--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহিলা বিশ্ব চেম্পিয়নশ্বিপত ভাৰতলৈ আৰু এটা সোণৰ পদক আহে। দেওবাৰে নতুন দিল্লীত চলি থকা আই বি এ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত সোণ জয় কৰে ভাৰতৰ নিখাত জাৰিনে। তেওঁ পৰাস্ত কৰে দুবাৰৰ এছিয়ান চেম্পিয়ন ভিয়েটনামৰ নুয়েন থি টামক। ইয়াৰ দ্বাৰা একেৰাহে দ্বিতীয়বাৰৰ বাবে বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰে নিখাত জাৰিনে।

৫০ কেজি ফ্লাই ওজনৰ ফাইনেলখনত নিখাটে ৫-০ গ’লত আধিপত্য বিস্তাৰ কৰে। কিংবদন্তি পুগিলিষ্ট মেৰী কমৰ পিছতে এতিয়া বিশ্ব চেম্পিয়নশ্বিপত একাধিক সোণৰ পদক লাভ কৰা ভাৰতীয় মহিলা বক্সাৰ দ্বিতীয়গৰাকী হিচাপে পৰিগণতি হ’ল নিখাট।

শনিবাৰে এছ পুজিলিষ্ট নিতু ঘাংহাছে স্বৰ্ণ পদক লাভ কৰি চলি থকা মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত বিশ্ব চেম্পিয়ন হিচাপে ইতিহাস ৰচনা কৰিছিল। ৪৮ কেজি ওজনৰ শাখাত নিতু ঘাংহাছে ৫-০ গ’লত মংগোলিয়াৰ লুটচাইখান আলটানচেচেগক পৰাস্ত কৰে। ইয়াৰ লগে লগে নিতু বিশ্ব চেম্পিয়ন হোৱা ষষ্ঠগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ