--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাণকো শৰীৰৰ আটাইতকৈ সংবেদনশীল অংগৰ ভিতৰত গণ্য কৰা হয়। কেতিয়াবা চৰ্চালৈ আহে কিছুমান কীট-পতংগ কাণত প্ৰৱেশ কৰি বহুত অশান্তিৰ সৃষ্টি কৰে। শেহতীয়াকৈ এগৰাকী মহিলাৰ কাণত মকৰা সোমোৱাৰ এটা ভিডিঅ’ ভাইৰেল হৈছে। 

এই সন্দৰ্ভত মানুহে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। নানা কমেণ্ট কৰিছে নেটিজেনসকলে।

বহু ইউজাৰে এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে। ভিডিঅ’টোত কেমেৰাৰ সন্মুখত এগৰাকী মহিলাৰ কাণ দেখা যায় আৰু তাৰপাছত কেমেৰাটো জুম কৰাৰ সময়ত আচৰিত ধৰণৰ কিবা এটা দেখা গ’ল। 

চাওক ভিডিঅ

 



এটা মকৰা সেই মহিলাগৰাকীৰ কাণত এনেদৰে ঘূৰি ফুৰিছে যেন কিবা ৰাস্তাতহে ঘূৰি ফুৰিছে। এই ভিডিঅ’ দেখি বহুতে মূৰ ঘূৰোৱা বুলিও কমেণ্ট কৰে।

মকৰাটো ইমানেই সৰু আছিল যে ই কাণত খুব সহজে প্ৰৱেশ কৰিছিল আৰু লগতে অতি সহজে ওলাই আহিছিল। যদিও এই ভিডিঅ'টো কেতিয়া আৰু ক'ৰ পৰা সেয়া নিশ্চিত হোৱা নাই, কিন্তু এই ভিডিঅ'টো বহুতে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। বহুতে এই সন্দৰ্ভতো মতামত দি আছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক