--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অষ্ট্ৰেলিয়ান দূতাবাসৰ মহিলা শৌচালয়ত গোপন কেমেৰা! ৰয়েল টাইৱান আৰক্ষীয়ে ৬ জানুৱাৰীত মহিলাৰ শৌচালয়ৰ মজিয়াত এছডি কাৰ্ড পোৱাৰ পাছত বিষয়টো দূতাবাস কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হৈছিল। ইয়াৰ পাছতে, বেংককৰ অষ্ট্ৰেলিয়াৰ দূতাবাসত মহিলাৰ শৌচালয়ত গোপন কেমেৰা স্থাপন কৰাৰ বাবে এজন লোকক গ্ৰেপ্তাৰ কৰা হয়। বিষটো শনিবাৰে অষ্ট্ৰেলিয়াৰ বৈদেশিক কাৰ্যালয়ে ৰাজহুৱা কৰে৷ জানিব পৰা মতে গ্ৰেপ্তাৰ কৰা লোকজন টাইৱানৰ নাগৰিক আৰু বেংককৰ অষ্ট্ৰেলিয়ান দূতাবাসৰ এজন প্ৰাক্তন কৰ্মচাৰী। অষ্ট্ৰেলিয়াৰ বৈদেশিক কাৰ্যালয়ে জনোৱা মতে দূতাবাসৰ মহিলা শৌচালয়ত স্থাপন কৰা কেইবাটাও গোপন কেমেৰা পোৱাৰ পাছতে টাইৱানৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। ৰয়েল টাইৱান আৰক্ষীয়ে কৈছিল যে ৬ জানুৱাৰীত মহিলাৰ শৌচালয়ৰ মজিয়াত এছডি কাৰ্ড পোৱাৰ পাছত বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল। দূতাবাস কৰ্তৃপক্ষই আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাৰ পাছতে এটা তদন্ত আৰম্ভ কৰা হৈছিল। তাৰ পাছতে সন্দেহজনক লোকজনক গ্ৰেপ্তাৰ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন