--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; শ্বাহৰূখ খান প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি দেশজুৰি চৰ্চিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ কালি এখন সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে শ্বাহৰূখ খান কোন বুলি প্ৰশ্ন কৰিছিল৷ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে পাঠান প্ৰসংগত মুখ খুলি তেওঁ পাঠান নাচায় বুলি কোৱাৰ লগতে ডক্তৰ বেজবৰুৱা ২হে সকলোৱে চোৱা উচিত বুলি মন্তব্য কৰিছিল৷ 

আৰু মুখ্যমন্ত্ৰীৰ শ্বাহৰূখ খান কোন বুলি কৰা মন্তব্যই দেশজুৰি ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল৷ আৰু গুৱাহাটীৰ হলত পোষ্টাৰ জ্বলোৱা ঘটনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ড° শৰ্মাই প্ৰয়োজন হ’লে শ্বাহৰূখ খানে তেওঁক ফোন কৰিব বুলি মন্তব্য কৰিছিল৷ আৰু আজি পুৱা মুখ্যমন্ত্ৰীগৰাকীয়ে টুইট কৰি অৱগত কৰায় যে নিশা দুই বজাত শ্বাহৰূখ খানে তেওঁক ফোন কৰি ঘটনাৰ বুজ লয়৷ আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে আইন-শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি নঘটাৰ নিশ্চিতি প্ৰদান কৰা বুলি টুইটত অৱগত কৰে৷ 

আৰু সেই টুইটো আজি চৰ্চিত হয় ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত৷ এটা ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানে এই টুইটৰ ওপৰত আৰম্ভ কৰে চৰ্চা৷ আৰু কিছুসময় পূৰ্বে মুখ্যমন্ত্ৰীয়ে সেই প্ৰতিষ্ঠানটোক প্ৰত্যুত্তৰ দি আন এক টুইট কৰে৷ 



মুখ্যমন্ত্ৰীয়ে লিখিছে-
সেই ‘শ্ৰী’য়ে মোৰ কাৰ্যালয়ৰ মৰ্যাদা প্ৰতিফলিত কৰে। মই কাকো ফোন কৰা নাই কিন্তু অভিনেতাজনেহে মোক ফোন কৰিছিল আৰু নিজৰ পৰিচয় দিছিল। আইন-শৃংখলাৰ ওপৰত মোৰ আশ্বাসে কেৱল মোৰ সাংবিধানিক কৰ্তব্যক প্ৰতিফলিত কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক