--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কঠোৰ সংগ্ৰামৰ অন্তত সুখী জীৱন লাভ কৰিছে ছানি লিঅ’নিয়ে। শেহতীয়া এক সাক্ষাৎকাৰত এইদৰে কয় অভিনেত্ৰীগৰাকীয়ে।

উল্লেখ্য যে ছানী লিয়নিৰ নাম প্ৰেম আৰু বিতৰ্কই আৱৰি থাকে। প্ৰাপ্তবয়স্ক ছৱিৰ জগতৰ পৰা বলীউডলৈ ছানীৰ যাত্ৰা বৰ মসৃণ নাছিল।

কিন্তু নীলা ছবিৰ জগতখন এতিয়া অতীত। তেওঁ চিনেমাৰ জগতত প্ৰৱেশ কৰিছে। বিগ বছৰ পৰাই তেওঁ অভিনেত্ৰী হিচাপে পৰিচিতি লাভ কৰিছে। শেহতীয়াকৈ তেওঁক অনুৰাগ কাশ্যপৰ কেনেডী ছবিত দেখা যাব। অনুৰাগৰ স’তে কাম কৰাক লৈ ছানীয়ে কয় যে এয়া তেওঁৰ যেন সপোন বাস্তৱায়িত হোৱাৰ দৰে!

বলিউডত কৰা সংগ্ৰামৰ বিষয়ে অভিনেত্ৰীগৰাকীয়ে ক’লে- ''বহু কথা সহ্য কৰিবলগীয়া হৈছে। ভয়ংকৰ প্ৰতিকূলতা অতিক্ৰম কৰিছে, কিন্তু এতিয়া সকলো ঠিকেই আছে। দহ বছৰত বহুতেই ঘটিছে। কিন্তু মোৰ বিশ্বাস ভগৱানে মোক বহুত ভাল পায়।’’

অভিনেত্ৰীগৰাকীৰ মতে, ‘মই কাম কৰি যাব লাগিব। মানুহৰ প্ৰতি সদয় থাকিব লাগিব। এতিয়া জীৱনটো সম্পূৰ্ণ সুখী।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে