--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিগত এবছৰত সুস্মিতা সেনৰ নাম বিভিন্ন কাৰণত চৰ্চালৈ আহিছে। তেওঁ জীৱনত কেইবাটাও সিদ্ধান্ত লৈছিল, যিবোৰ বহুতৰে বাবে চৰ্চাৰ বিষয় আছিল। সুস্মিতাই ২১ বছৰ বয়সতে মাতৃ হোৱাৰ সিদ্ধান্ত লছিল। সমাজত বহু বাধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। ইমান কম বয়সতে সন্তান দত্তক লোৱাৰ সিদ্ধান্ত লোৱাত তেওঁৰ পিতৃ-মাতৃৰ পৰাও মতামত বিচৰা হৈছিল। আদালতৰ ন্যায়াধীশেও এই প্ৰশ্ন উত্থাপন কৰে। সেই পৰিস্থিতিত অভিনেত্ৰীগৰাকীৰ কাষত খোদ পিতৃ-মাতৃ আছিল। পুৰণি দিনৰ এটা সাক্ষাৎকাৰ শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে।

সুস্মিতাই ক’লে, “এটা এবছৰীয়া শিশুৰ বাবে আবেদন কৰিছো। ইমান সহজ নাছিল কথাবোৰ। ৰেনে মোৰ ওচৰলৈ অহাৰ ছমাহৰ পিছত আদালতৰ কাম আৰম্ভ হ’ল।’’ শুনানি আৰম্ভ হ’ল। ন্যায়াধীশে নায়িকাৰ দেউতাকৰ মত সুধিলে। ইয়াৰ বাবেই ছোৱালীজনীৰ বিবাহ পৰিকল্পনাও ব্যাহত হ’ব পাৰে বুলি উল্লেখ কৰে ন্যায়াধীশগৰাকীয়ে। 

উত্তৰত সুস্মিতাৰ দেউতাকে ক’লে, “তাই কাৰোবাৰ পত্নী হ’বলৈ অহা নাই। তাই নিজেই মাতৃত্ব বাছি লৈছে।” অৱশেষত ক’ৰ্টত সুষমিতাই জয়লাভ কৰে। ৰেনে আজীৱন সেন পৰিয়ালৰ লগত সম্পৰ্কিত হৈ পৰিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক