--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ দেশৰ আগশাৰীৰ সুৰকাৰ। কিন্তু এ আৰ ৰহমানে আকৌ এবাৰ প্ৰমাণ কৰিলে যে মাটিৰ মানুহ। সাধাৰণতে শীৰ্ষ তাৰকাসকলে দামী গাড়ীত উঠি কোনো অনুষ্ঠানলৈ আহে। কিন্তু শনিবাৰে তামিলনাডুত অনুষ্ঠিত সংগীত সন্মিলনত ৰহমান যিদৰে উপস্থিত হৈছিল, বহু লোক স্তম্ভিত হৈ পৰিছিল।

তামিলনাডুৰ নাগাপট্টিনামৰ নগৰ দৰগাহত প্ৰতি বছৰে কান্ধুৰী সংগীত সন্মিলন অনুষ্ঠিত হয়। শনিবাৰে নিশা তাত অংশগ্ৰহণ কৰে ৰহমানে। ভিৰৰ মাজত অটো ৰিক্সাত আহি উপস্থিত হোৱা দেখা গ’ল সংগীতৰ ‘মেষ্ট্ৰ’ক। ৰঙা ৰঙৰ পাঞ্জাবী পিন্ধিছিল। ৰহমানক এনেদৰে দেখি অনুৰাগীয়ে ছচিয়েল মিডিয়াত প্ৰশংসা কৰে। একাংশৰ মতে, খ্যাতিৰ শিখৰত উঠিও তেওঁ নিজৰ শিপা পাহৰা নাই। 

শেহতীয়াকৈ আবুধাবিত এটা গীত মুক্তি পোৱাৰ উপলক্ষে ৰহমানে উপস্থিত হৈছিল। ইউ এ ইৰ ৫২ সংখ্যক ৰাষ্ট্ৰীয় দিৱস উপলক্ষে দেশৰ প্ৰতিষ্ঠাপকগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে এখন চিকিৎসালয়ত ‘আশাৰ গীত’ গীতটি পৰিবেশন কৰে ৰহমানে। শিল্পীগৰাকীৰ সৈতে অৰ্কেষ্ট্ৰাত ৫২ গৰাকী মহিলা শিল্পী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক